শীর্ষ সংবাদ

গোৱালপাৰাত ব্ৰহ্মপুত্ৰত ডুব যোৱা নাৱৰ কণমানি শিশুকে ধৰি এজনৰো নোলাল সন্ধান

গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা সোম আৰু মঙলবাৰে সংঘটিত দুয়োটা নাও দুৰ্ঘটনাতে পানীত ডুব যোৱাসকলৰ সন্ধান উলিওৱাত বিফল হৈছে এছদিআৰএফ আৰু...

Read moreDetails

অসমৰ কৃষকলৈ নতুন সুবিধা: ফ’ন কৰি ঘৰতে পাওক ট্ৰেক্টৰ, মৰণা মৰা যন্ত্ৰ

খেতি পথাৰত শুঁৰ পোক আৰু ধানত পতানেৰে কৃষি বিভাগে দিয়া মাধমাৰৰ পিছত অসমৰ কৃষকলৈ এইবাৰ অৱশ্যে এক নতুন সুবিধাৰ কথা...

Read moreDetails

এইবাৰ প্লাষ্টিকৰ ইটা ওলাইছে গুৱাহাটীত, ৰঙা ইটাতকৈ ‘উন্নত’!

ৰঙা ইটাক প্ৰত্যাহ্বান জনাই ঔদ্যোগিক ক্ষেত্ৰত খলকনিৰ সৃষ্টি কৰিব পৰাকৈ অসমৰ বজাৰলৈ আহিল জেৰাণ্ড ব্ৰিক নামেৰে এবিধ প্লাষ্টিক ইটা। যোৱা...

Read moreDetails

শিৱসাগৰত ‘বেদখলকাৰী’ নাগা আৰক্ষীক ৰোধাত হেহোঁ-নেহোঁ অসম চৰকাৰৰ

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ এফ চেক্টৰৰ হালোৱাটিঙত অসমৰ মাটিতে নাগা আৰক্ষীয়ে সীমান্ত নিৰীক্ষণ চকী নিৰ্মাণ কৰাৰ বিপৰীতে উক্ত ঠাইত প্ৰস্তাৱিত...

Read moreDetails

বিধ্বস্ত পৰিৱৰ্তন, শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত পৰি লুটি খাইছে এএছটিচি-ৰ বাছ!

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠাৰ মাজতে বুধবাৰে আবেলি ৩ মান বজাত শিৱসাগৰ জিলাৰ ...

Read moreDetails

আত্মহত্যাৰ প্ৰেতাত্মাৰ গ্ৰাসত প্ৰযুক্তিকেন্দ্ৰ আই আই টি গুৱাহাটী!

আত্মহত্যাৰ ভূতে পিছ নেৰা হৈছে আই আই টি গুৱাহাটীৰ। যোৱা মাহত এজন কৰ্মচাৰীৰ আত্মহত্যাৰ পিছত শিক্ষানুষ্ঠানখনত বুধবাৰে ডিঙিত ছিপ লৈ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক কোনো কাৰণতেই মানি নলও বুলি পুনৰ মুখ্য মন্ত্ৰী সোণোৱালক স্পষ্টকে ক’লে অগপই

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হৈ উঠিল ৰাজ্য চৰকাৰৰ অংশীদাৰী দল তথা অন্যতম প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অগপ।...

Read moreDetails

পুনৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, গোৱালপাৰাত সন্ধানহীন ২জন, সন্ধিয়া নৈ আৰক্ষীয়ে নচলায় অভিযান!

গোৱালপাৰাত সোমবাৰে সংঘটিত নাও দুৰ্ঘটনাৰ আতংক মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে সন্ধিয়া ৫.৩০ বজাত ব্ৰহ্মপুত্ৰৰ বুকুৰ বীৰসিং হেলেংগাৰ চৰত হোৱা আন এক নাও...

Read moreDetails

বুদ্ধিৰ মায়াজাল ৰচি চৰকাৰত থকা অগপৰ কৌশলে আৰু কাম নিদিব : অখিল গগৈ

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ক লৈ বিজেপিৰে মতানৈক্য অব্যাহত আছে মিত্ৰ দল অসম গণ পৰিষদৰ। বিধেয়কখন গৃহীত হ’লে অগপই মিত্ৰতা ভংগৰো...

Read moreDetails

এন আৰ চি অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মৃত্যুদূত : লক্ষ্মীনাথ তামুলী

‘এন আৰ চি অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মৃত্যুদূত।‘ আজি জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ উদ্যোগত পি এল পিৰ ৪৩ বৰ্ষত ভৰি দিয়া...

Read moreDetails
Page 4990 of 5274 1 4,989 4,990 4,991 5,274

Stay Connected

Recent News