এন আৰ চিৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ...
Read moreDetailsঅসমীয়া জাতীয় জীৱনৰ বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা আজি প্ৰকাশ পাব ৷ এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ...
Read moreDetailsসমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা, দৌৰবিদ হিমা দাসৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আগবঢ়াইছে মাজুলীৰ আউনিআটী সত্ৰৰ...
Read moreDetailsঅসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ তৰফৰ পৰা গোলাঘাট আৰক্ষীক দেওবাৰে দুখন মটৰ চাইকেল প্ৰদান কৰে ৷ এই উপলক্ষে কাজিঙাত থকা...
Read moreDetailsএন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হ’বলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী ৷ এন আৰ চি ৰ চূড়ান্ত খচৰাৰ প্ৰকাশকলৈ...
Read moreDetailsঅসমীয়া সমাজ জীৱনৰ হৃদয়-উদ্বেলক ঘটনা প্ৰৱাহেৰে অনুৰণিত ভিন্ন স্বাদৰ গল্পৰে অসমীয়া গল্প-সাহিত্যক চহকী কৰা তথা ৰামধেনু যুগৰ প্ৰয়াত গল্পকাৰ ৰুদ্ৰ...
Read moreDetails‘উৰা বাতৰিত ৰাইজ ভোল নাযাব। এন আৰ চি প্ৰকাশৰ সময়ত দুষ্টচক্ৰই অপপ্ৰচাৰৰ জৰিয়তে সৃষ্টি কৰিব পৰা অশান্তিৰ প্ৰতি সজাগ হৈ...
Read moreDetailsনাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সমিতিক সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ অন্তিম সপ্তাহত প্ৰতিবেদন দাখিলৰ কাৰণে সময় নিৰ্ধাৰণ কৰি দিয়া...
Read moreDetails‘বড়োলেণ্ড হৈছে বড়োৰ ন্যায্য দাবী, এই দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব’। এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমোদ বড়োৱে শনিবাৰে...
Read moreDetailsঅসমত যোৱা প্ৰায় তিনিটা বছৰ ধৰি চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ সন্ধিক্ষণত লণ্ডনস্থিত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সংবাদ প্ৰতিষ্ঠান...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd