• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বর্ণৰাণী হিমা দাসৰ নামত ষ্টেডিয়ামৰ বাবে মাটি প্ৰদান মাজুলীৰ সত্ৰাধিকাৰৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 30, 2018 8:50 am
হিমা দাস
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা, দৌৰবিদ হিমা দাসৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আগবঢ়াইছে মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাৰ কৃতিত্বত গৌৰাম্বিত হৈ হিমাৰ গাঁৱত এখন ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সমুদায় মাটি দান কৰাৰ কথা ঘোষণা কৰাত ভিতৰুৱা অঞ্চলটোত ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্তই নিশ্চিতভাৱে এক গতি লাভ কৰিব।

Apply Now

উল্লেখ্য যে নগাঁও জিলাৰ ধিং অঞ্চলত আছে আউনিআটী সত্ৰৰ ধিং শাখা সত্ৰ। এই সত্ৰৰ নামতে অঞ্চলটোত আছে বৃহৎ পৰিমানৰ ভূমি। হিমাৰ গৃহ গাঁও কান্ধুলিমাৰিত থকা সত্ৰৰ মাটিৰ পৰা হিমা দাসৰ নামত নিৰ্মাণ হ’ব লগা ষ্টেডিয়ামৰ বাবে সত্ৰই মাটি দান কৰিব। এই কথা আউনীআটী সত্ৰত সত্ৰাধিকাৰগৰাকীয়ে ঘোষণা কৰি কয় যে এই মাটি হিমাক উপহাৰ হিচাপে দিয়া হৈছে।

ভাৰত গৌৰৱ হিমাৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ বাবে সত্ৰাধিকাৰে ভূমি প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে মাজুলীবাসীয়ে। সত্ৰাধিকাৰৰ আশা যে সেই ষ্টেডিয়ামৰ পৰাই যাতে আৰু দহজনী হিমাই আত্মপ্ৰকাশ কৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd