শীর্ষ সংবাদ

২২ এপ্ৰিলত গুৱাহাটীত ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ অডিশ্যন

সৰু পৰ্দাৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ৰ অডিশ্যন অহা ২২ এপ্ৰিলত অৰ্থাৎ কাইলৈ গুৱাহাটীৰ খানাপাৰাস্থিত নেৰিম গ্ৰুপ অৱ...

Read moreDetails

অসম সত্ৰ মহাসভাৰ পৰা কুসুম মহন্তক অপসাৰণৰ দাবী গুৱাহাটী জিলা সমিতিৰ

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তক পদৰ পৰা অপসাৰণ কৰাৰ দাবী তুলিছে সত্ৰ মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি...

Read moreDetails

মণিপুৰত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে দুদিনীয়া আদা মহোৎসৱ

ৰাজ্যখনৰ আদা খেতিয়কসকলক উৎসাহিত কৰা তথা উৎপাদিত উৎকৃষ্ট মানৰ আদা আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ নিয়াৰ মানসেৰে শুকুৰবাৰৰ পৰা মণিপুৰত দুদিনীয়াকৈ আৰম্ভ কৰা...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চলত ৮,০০০ কোটি টকা ব্যয় সাপেক্ষ টেলিকম প্ৰকল্পৰ কামত বিলম্ব

কেন্দ্ৰীয় কেবিনেটে বিশদ পৰিকল্পনাত অনুমোদন জনোৱাৰ তিনিবছৰ পিছতো দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিৰৱিছিন্ন সেৱা আগবঢ়োৱাৰ চৰকাৰৰ অভিলাষী আঁচনিত বিলম্ব ঘটিছে। টাইমছ ইণ্ডিয়াই...

Read moreDetails

সোণাপুৰত গ্ৰাম স্বৰাজ অভিযানত অংশ ল’লে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই

পিছপৰা জনজাতি কল্যান সঞ্চালকালয়ৰ উদ্যোগত যোৱা শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত অনুষ্ঠিত ‘গ্ৰাম স্বৰাজ অভিযান’ত অংশগ্ৰহণ কৰে বন মন্ত্ৰী প্ৰমীলাৰাণী...

Read moreDetails

ধৰ্ষণ-বলাৎকাৰৰ বিৰুদ্ধে হাফলঙত বৃহৎ প্ৰতিবাদী সমদল

দেশ জুৰি বৃদ্ধি পাইছে ধৰ্ষণ তথা বলাৎকাৰৰ ঘটনা। ইতিমধ্যে আচিফা কাণ্ডই দেশ জোকাৰি গৈছে। আৰু আচিফাই নহয় দেশৰ বিভিন্ন প্ৰান্তত...

Read moreDetails

দৰঙত ১০০ গৰাকী হিতাধিকাৰীলৈ এলপিজি সংযোগ

দেশৰ ১৫,০০০ এলপিজি পঞ্চায়তত গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে পালন কৰা উজলা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলাৰ সাতখন গাওঁ...

Read moreDetails

অসমৰ পথ নিৰ্মাণৰ পৰিকল্পনাত অসন্তুষ্ট মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

ৰাজ্যখনৰ ৰি-ভই জিলাৰ গ্ৰাম্যাঞ্চলত অসমে নিৰ্মাণ কৰিবলৈ লোৱা পথৰ কাম বন্ধ কৰিবলৈ মেঘালয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। শুকুৰবাৰে মেঘালয়ৰ...

Read moreDetails

ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই : বদৰুদ্দিন আজমল

অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা বৰ্তমান লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলে দেশত সংঘটিত হৈ ধৰ্ষণ কাণ্ডসমূহক লৈ তাৎপৰ্যপূৰ্ণ মন্তৱ্য  কৰিছে।...

Read moreDetails

অবৈধ নাগৰিক হিচাপে চিহ্নিত ৫,৯৭০ক মেঘালয়ৰ পৰা বহিস্কাৰ

১৯৭২ চনৰ পৰা  চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে সুদীৰ্ঘ  ৪৬ বছৰৰ সময়চোৱাত   অবৈধ নাগৰিক হিচাপে চিহ্নিত আৰু অভিযুক্ত হোৱা ৫,৯৭০...

Read moreDetails
Page 5089 of 5209 1 5,088 5,089 5,090 5,209

Stay Connected

Recent News