শীর্ষ সংবাদ

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত থকা কল্যাণ উপকৰ আয়ুক্তৰ কাৰ্যালয়ে শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ বৃত্তিকে ধৰি...

Read moreDetails

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

ৰাজস্থানত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি ৭ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জনিব পৰা গৈছে।...

Read moreDetails

ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ বাবে কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক উজনি অসমৰ ৰাইজৰ অধিক কাষলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আৰু প্ৰশাসনিক আন্তঃগাঁথনিৰ পৰিবৰ্ধনৰ লক্ষ্যৰে মুখ্যমন্ত্রী...

Read moreDetails

শিমলুগুৰিত গ্ৰীষ্ম ৰং হস্তকলা আৰু মৃৎ শিল্প কৰ্মশালা

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগ আৰু বগৰিগুৰি শাখা সমিতিৰ সহযোগত গ্ৰীষ্ম ৰং হস্তকলা আৰু মৃৎ শিল্প কৰ্মশালা...

Read moreDetails

অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি বিচাৰিছে?

অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি বিচাৰিছে আৰু তেওঁৰ কথাৰ তালে তালে কোনে নাচিছে? অসমৰ মুখ‍্যমন্ত্ৰীয়ে ২০২৬ ত অসমৰ সংখ‍্যাগুৰুৰ ভোট এদনীয়াকৈ পাবৰ...

Read moreDetails

সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ আঁতৰোৱাৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰৰ

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বৃহস্পতিবাৰে সংসদত স্পষ্ট কৰিছে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ পৰা “ধৰ্মনিৰপেক্ষ” আৰু “সমাজবাদী” শব্দ দুটা...

Read moreDetails

খিলঞ্জীয়াৰ বাবে অস্ত্ৰ অনুজ্ঞাপত্ৰৰ পক্ষত মুখ্যমন্ত্ৰী শৰ্মাৰ স্পষ্টীকৰণ: থলুৱাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাই এই দক্ষেপক...

Read moreDetails

দেশৰ অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা! পশ্চিম বংগত বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ

পশ্চিম বংগত তেল আৰু প্ৰাকৃতিক গেছৰ বিপুল খনিজ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। অশোকনগৰৰ পিছত এইবাৰ উত্তৰ ২৪ পৰগনাৰ কংকপুল আৰু...

Read moreDetails

পৰ্ণগ্ৰাফিক কন্টেন্ট দেখুওৱাৰ অভিযোগত চৰকাৰে বন্ধ কৰিলে উল্লুকে ধৰি ২৫টা এপ আৰু ৱেবছাইট

উল্লু এপকে ধৰি কেইবাটাও মোবাইল এপ আৰু ৱেবছাইটত অশ্লীল আৰু আপত্তিজনক বিষয়বস্তু প্ৰদৰ্শন কৰাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ...

Read moreDetails

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছতে তদন্তৰ অধীনত থকা এপিএছচিৰ নগদ ধনৰ বিনিময়ত চাকৰি লোৱা কেলেংকাৰীৰ অভিযুক্ত ২৯জন বিষয়াক চাকৰিৰ পৰা...

Read moreDetails
Page 55 of 5210 1 54 55 56 5,210

Stay Connected

Recent News