• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা! পশ্চিম বংগত বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ

by
July 25, 2025 3:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগত তেল আৰু প্ৰাকৃতিক গেছৰ বিপুল খনিজ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। অশোকনগৰৰ পিছত এইবাৰ উত্তৰ ২৪ পৰগনাৰ কংকপুল আৰু নদীয়া জিলাৰ ৰানাঘাটত দুটা নতুন তেল আৰু গেছ ব্লকৰ আৱিষ্কাৰ হৈছে। এই আৱিষ্কাৰে দেশৰ অৰ্থনীতিৰ মুখ সলনি কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে। কেন্দ্ৰীয় সংস্থা অ’এনজিচি (ONGC) ইতিমধ্যে এই খনিজ সম্পদসমূহ নিষ্কাশনৰ বাবে ক্ষেত্ৰত প্ৰৱেশ কৰিছে। শেহতীয়াকৈ সংসদত বিজেপিৰ সাংসদ শমিক ভট্টাচাৰ্যৰ প্ৰশ্নৰ উত্তৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে।

শমিক ভট্টাচাৰ্যই ৰাজ্যসভাত দেশৰ খনিজ সম্পদৰ বিষয়ে এক প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁৰ প্ৰশ্নৰ লিখিত উত্তৰত পেট্ৰলিয়াম মন্ত্ৰালয়ে জনাইছে যে কংকপুল আৰু ৰানাঘাটত বিপুল পৰিমাণৰ তেল আৰু গেছৰ মজুত আৱিষ্কাৰ হৈছে। এই দুটা ব্লকত আনুমানিক ০.৯৮ লাখ মেট্ৰিক টন খনিজ সম্পদৰ সন্ধান পোৱা গৈছে, যাৰ মূল্য প্ৰায় ৪১ হাজাৰ ৭০ কোটি টকা। এই সম্পদসমূহ ONGCৰ অধীনত ব্লক নম্বৰ WB-ONN-2005/4 ত উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে আশা প্ৰকাশ কৰিছে যে এই আৱিষ্কাৰে দেশৰ শক্তিৰ মজুতক সমৃদ্ধ কৰিব।

Apply Now

এই প্ৰসংগত উল্লেখযোগ্য যে অ’এনজিচিয়ে পূৰ্বে অশোকনগৰত এক বিশাল তৈলখাদৰ সন্ধান পাইছিল। সেই অনুসৰি তাত খননৰ কামো আৰম্ভ হৈছিল। কিন্তু ৩৮০৫ মিটাৰ খন্দাৰ পিছত যান্ত্ৰিক বিজুতিৰ বাবে কাম সাময়িকভাৱে বন্ধ কৰা হৈছে। আনহাতে, কংকপুলত ২৭৩০ মিটাৰ আৰু ৰানাঘাটত ২৭১৯ মিটাৰ খননৰ পিছত ইতিমধ্যে গেছৰ সন্ধান পোৱা গৈছে।

অ’এনজিচিৰ অনুমান অনুসৰি, দক্ষিণ ২৪ পৰগনাৰ বাৰুইপুৰতো তেল আৰু প্ৰাকৃতিক গেছৰ বিপুল ভাণ্ডাৰ থকাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে বাৰুইপুৰ পূৱ বিধানসভাৰ বেগমপুৰ পঞ্চায়তৰ ২০০ কলনী এলেকাত পৰীক্ষামূলক খননৰ কাম আৰম্ভ হৈছে। তিনি বছৰৰ চুক্তিৰে স্থানীয় কৃষকৰ পৰা মাটি লোৱা হৈছে  বুলি সদৰী কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd