শীর্ষ সংবাদ

অসম চৰকাৰে বাতিল কৰিব শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সম্পৰ্কীয় দুখন আইন; সদনত উত্থাপন বিধেয়ক

অসম জুনিঅ’ৰ কলেজ (প্ৰাদেশিকীকৰণ) আইন, ২০১২ আৰু অসম মাধ্যমিক শিক্ষা (প্ৰাদেশিকীকৰণ) আইন, ১৯৭৭ বাতিল কৰিবৰ বাবে আজি ৩ এপ্ৰিলত বিধান...

Read moreDetails

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত মাজুলী, শুৱালকুছি

অসমবাসীৰ বাবে এক সুখবৰ। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে...

Read moreDetails

এনআৰচিক লৈ বিতৰ্কিত মন্তব্য : আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী কংগ্ৰেছৰ

অসমৰ খিলঞ্জীয়া জনগনৰ একমাত্ৰ ৰক্ষাকৱচ হিচাপে বিবেচিত এনআৰচি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক...

Read moreDetails

প্ৰফুল্ল গোবিন্দ বৰুৱাসহ উত্তৰ- পূবৰ তিনিগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান

যোৱা সোমবাৰে উত্তৰ- পূৰ্বাঞ্চলৰ তিনিগৰাকী বৰণ্যে ব্যক্তিয়ে দেশৰ ৰাজধানী নতুন দিল্লীত গ্ৰহণ কৰিলে সন্মানীয় পদ্মশ্ৰী সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ...

Read moreDetails

ছিকিমত পেৰাগ্লাইডিং, মাউণ্টেইন বাইকিঙৰ জৰিয়তে পৰ্যটকক আকৰ্ষণৰ চেষ্টা

দক্ষিণ ছিকিমে দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰেৰে অঞ্চলটোলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে।সেই উদ্দেশ্য আগত লৈয়ে মঙলবাৰে দক্ষিণ ছিকিমৰ টেমিত আনুষ্ঠানিকভাৱে...

Read moreDetails

সৰ্বাধিক পুছ-আপৰ বিশ্ব অভিলেখ স্থাপনৰ দিশে লেন্স নায়ক দেশ দীপক

লেণ্ড মাইনৰ দ্বাৰা ভয়ানকভাৱে আঘাত-প্ৰাপ্ত হোৱাৰ পিছতো একান্ত নিজৰ প্ৰৱল ইচ্ছাশক্তিৰ বলত নিজকে শাৰীৰিক আৰু মানসিকভাৱে পুনৰাই উজ্জীৱিত কৰাৰ এক...

Read moreDetails

স্থানীয় সংগঠনৰ অৰ্থনৈতিক অৱৰোধত স্তব্ধ ডিগবৈৰ আছাম অইল ডিভিজনৰ কাম-কাজ

ডিগবৈৰ বৃহত্তৰ সংযুক্ত ফ’ৰাম  (Greater United Forum Digboi) নামৰ সংগঠনটোৱে আছাম অইল ডিভিজনৰ প্ৰশাসনিক চৌহদৰ প্ৰৱেশদ্বাৰত সমগ্ৰ দিনজোৰা কাৰ্যসূটীৰে অৰ্থনৈতিক...

Read moreDetails

ৰাফেল যুঁজাৰু বিমানৰ ছেটেলাইট নেভিগেইশ্যন ছিষ্টেমলৈ অসম জীয়ৰী প্ৰিয়ংকাৰ অৱদান

ধেমাজিৰ প্ৰিয়ংকা দাসে ৰাফেল যুঁজাৰু বিমানৰ ছেটেলাইট নেভিগেইশ্যন ব্যৱস্থাৰ বিকাশ সাধন কৰা প্ৰযুক্তিবিদৰ দলটোৰ অন্যতম সদস্য হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই...

Read moreDetails

ৰেইলৱেই আন ২০ হাজাৰ চাকৰিৰ বাবে আৱেদন আহ্বান কৰাৰ সম্ভাৱনা আছে

৯০ হাজাৰ পদৰ বাবে আবেদন গ্ৰহণ কৰাৰ পিছত ৰেইলৱেই আৰু ২০ হাজাৰ পদৰ বাবে অচিৰেই পুনৰ নিযুক্তি মুকলি কৰাৰ সম্ভাৱনা...

Read moreDetails

গুৱাহাটীৰ গণেশগুৰিস্থিত মচজিদত অচিনাক্ত দুষ্কৃতিকাৰীৰ তাণ্ডৱক লৈ প্ৰতিক্ৰিয়া

যোৱা দেওবাৰে নিশা গুৱাহাটীৰ গণেশগুৰিস্থিত এটা মচজিদত কেইজনমান অচিনাক্ত দুষ্কৃতিকাৰীয়ে চলোৱা তাণ্ডৱক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মহানগৰীত। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ...

Read moreDetails
Page 5692 of 5791 1 5,691 5,692 5,693 5,791

Stay Connected

Recent News