• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে সমস্যা সমাধানত গুৰুত্ব নিদি কেৱল ব্যস্ত থাকে ৰাজনীতিত : প্ৰমোদ বড়ো

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 30, 2018 8:12 pm
Pramod Bodo

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপিয়ে ২০১৪ চনত বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চাৰিটা বছৰত কোনো সমস্যাৰে সমাধান নহ’ল। গৃহ মন্ত্ৰী ৰাজনাথ সিং, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজনৈতিক আলোচনা হ’ল কিন্তু ফলাফল শুণ্য’। এই মন্তব্য প্ৰকাশ কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়ো ই।

কোকৰাঝাৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি সভাপতিগৰাকীয়ে আৰু কয়, ‘অকল ভাৰত-পাকিস্তানৰ সীমান্ত, ভাৰত-চীনৰ সমস্যাৰ বাদ দি ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীৰ সমস্যাও যে সমাধান কৰিব লাগে তাৰ প্ৰতি চৰকাৰে অলপো গুৰুত্ব প্ৰদান নকৰিলে। মাথো ৰাজনীতি, ৰাজনীতি আৰু ৰাজনীতিয়েই কৰি থাকিল চৰকাৰে’।

Apply Now

উল্লেখ্য যে আজি কোকৰাঝাৰ জিলাৰ পাটগাঁৱত এবছুৰ জিলা সভাপতি জনক উজিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োই উক্ত মন্তব্য প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।

চৰকাৰে ৰাইজৰ আশা পূৰণ নকৰিলে, উন্নয়নৰ প্ৰতিও কোনো গুৰুত্ব নিদি মাথো ৰাজনীতিয়েই কৰি থকা বুলি অভিযোগ কৰি প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীক শান্তি-সম্প্ৰীতি আৰু নিৰাপত্তাৰে আগবঢ়াই নিবলৈ চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে।

আনহাতে একাংশ সংগঠনে পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰা সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দল-সংগঠনে কৰি অহা প্ৰচেষ্টাক এবছুয়ে সদায় নৈতিক সমৰ্থন দি আহিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে অনাবড়ো সংগঠনে বড়োলেণ্ডৰ চাৰিসীমাৰ ভিতৰতে থাকি বড়োলেণ্ডৰ বিৰোধিতা কৰি আহিছে। এয়া নিত্যান্তই দুৰ্ভাগ্যজনক বুলি মন্তব্যৰে শীঘ্ৰে বড়োলেণ্ড সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ পাটগাঁৱত যোৱা ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এবছুৰ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনাৰ মুকলি সভাত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ উপৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা য়ু পি পি এলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম, য়ু এন একাডেমিৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী, কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বানেশ্বৰ বসুমতাৰী, বি টি চিৰ নিৰ্বাচিত সদস্য ক্ৰমে জিৰন বসুমতাৰী, জ্যোতিৰেন্দ্ৰ ব্ৰহ্মকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd