শীর্ষ সংবাদ

প্ৰেমিকাক বলাৎকাৰ আৰু প্ৰতাৰণাৰ অভিযোগত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ভণ্ড প্ৰেমিকক

ওদালগুৰিৰ ছমু তপ্ন নামৰ এজন লোকক প্ৰেমিকাক যৌন আতিশয্য চলোৱাৰ লগতে প্ৰতাৰণা কৰাৰ অভিযোগত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে।...

Read moreDetails

এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত অসমৰ পৰিৱেশ সলনি হ’ব : হিমন্ত বিশ্ব শর্মা

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছত অসমৰ পৰিৱেশ সলনি হ’ব। এই মন্তব্য ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।...

Read moreDetails

শিৱসাগৰৰ চাৰিং আলি কেঁকুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

শিৱসাগৰৰ চাৰিং আলি কেঁকুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ...

Read moreDetails

আলফাৰ চহিদ দিৱস: নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰি যোৱাৰ সংকল্প

‘জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ চহিদসকললৈ’ শ্ৰদ্ধাঞ্জলিৰে ‘নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি যোৱাৰ সংকল্পৰে’ আজি ২৭ জুলাইত তিনিচুকীয়াৰ কাকপথাৰস্থিত ডেজিগনে’টেদ...

Read moreDetails

ৰহাৰ টোল গে’ট: দিনত মুকলিৰ ঘোষণা কৰি ৰাতি ওলোটা মন্তব্য নগাঁৱৰ উপায়ুক্তৰ

ৰাইজৰ প্ৰতিবাদত বন্ধ হোৱা ৰহাৰ টোল গে’ট কাইলৈ ২৮ জুলাইৰ পুৱাৰে পৰা পুনৰ মুকলি কৰিব বুলি দিনত সংবাদমেলযোগে ঘোষণা কৰাৰ...

Read moreDetails

ৰহাৰ টোল গে’ট: ২৮ জুলাইত পুনৰ মুকলি; আলোচনাক লৈ নতুন চৰ্ত কৃষক মুক্তি, অ: জা: যু: ছা: প:ৰ

বিভিন্ন দল-সংগঠনৰ বিৰোধিতাক অগ্ৰাহ্য কৰি কাইলৈ ২৮ জুলাইৰ পুৱাৰে পৰা পুনৰ মুকলি হ’ব ৰহাৰ টোল গে’ট। নগাঁৱৰ উপায়ুক্তৰ কাৰ্য্যালয়ত আজি...

Read moreDetails

অসমৰ মানুহৰ বিষয়ে পতঞ্জলিৰ মেনেজাৰৰ হীন মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া

আমেৰিকাৰ পৰা প্ৰকাশিত জনপ্ৰিয় আৰু বিশ্ব সমাদৃত দা নিউয়ৰ্ক টাইমছ মেগাজিনত প্ৰকাশ পোৱা এটা অনুসন্ধানমূলক প্ৰতিবেদনত ৰামদেৱৰ পতঞ্জলিৰ অসমস্থিত মেনেজাৰে...

Read moreDetails

ঘৰতে বহি কি উপায়েৰে আপোনাৰ নাম চাব পাৰিব এন আৰ চিত?

বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত বিষয় এন আৰ চিৰ চূড়ান্ত খচৰা। ৩০ জুলাইত প্ৰকাশ পাব লগা এই খচৰাত আপোনাৰ নাম আছে...

Read moreDetails

লিগেচি ডাটাত নাম থকাৰ পিছতো বিশ্বনাথত ৭২ বছৰীয়া বৃদ্ধক সজালে ডি-ভোটাৰ

১৯৬৬ চনৰ লিগেচি ডাটাত নাম সন্নিবিষ্ট থকাৰ পিছতো এইবাৰ এগৰাকী ৭২  বছৰীয়া বৃদ্ধ আৰু তেওঁৰ পৰিয়ালক ডি-ভোটাৰ সজোৱা কাৰ্যই বিশ্বনাথ...

Read moreDetails

চামগুৰিৰ পহুকটাত বাগৰিল তেলৰ টেংকাৰ : পুৱাই পেট্ৰ’ল কঢ়িওৱাত লাগিল হেতাওপৰা

কেইমাহমান আগতে নগাঁও জিলাৰ চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গেছ ভৰ্তি টেংকাৰত জুই লগা ঘটনাই সমগ্ৰ চামগুৰিবাসীৰ মাজত আতংকৰ...

Read moreDetails
Page 5810 of 6055 1 … 5,809 5,810 5,811 … 6,055

Stay Connected

Recent News