শীর্ষ সংবাদ

নগাঁও জিলা সাহিত্য সভাৰ নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে ‘কবিতাৰ দিন’ শীৰ্ষক অনুষ্ঠান

নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ ব্যৱস্থাপনাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  বিশিষ্ট কথাশিল্পী তথা 'এখুদ ককাইদেউ' নৱকান্ত বৰুৱাৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ডিমাপুৰত ঐক্যবদ্ধ হ’ল পূৰ্বোত্তৰৰ মানৱাধিকাৰ সংগঠন

নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’ বাতিলৰ দাবীত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানৱাধিকাৰ আৰু সামাজিক সংগঠনসমূহে ঐক্যবদ্ধভাৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। শনিবাৰে...

Read moreDetails

চলন্ত ৰে’লত দুগৰাকী নাৰীক হত্যা : ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ

যোৱা ১০ আৰু ১১ জুলাইত শিমলুগুৰি আৰু ডিব্ৰুগড়ত চলন্ত ৰেলত দুগৰাকীকৈ মহিলাক নিৰ্মম ভাৱে হত্যা কৰা কাৰ্য্যক গৰিহনা দি ভাৰতীয়...

Read moreDetails

বিশ্ব চেম্পিয়ন হিমালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

বিশ্ব চেম্পিয়ন হিমা দাসলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নুমলীগড়ত আজি ১৪ জুলাইত এই ঘোষণা...

Read moreDetails

এ পি এছ চিৰ নিযুক্তিৰ দুৰ্নীতি : ৮ গৰাকী কৃষি উন্নয়ন বিষয়াক একেলগে জেৰা দিচপুৰ থানাত

ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগত কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগত গুৱাহাটীৰ ভঙাগড় থানাত ৰুজু হোৱা ১৬৯/২০১৭...

Read moreDetails

শিল্পীৰ তুলিকাত উদ্ভাসিত হিমা : দৌৰৰাণীক অপূৰ্ব ৰূপত মূৰ্ত কৰি তুলিলে শিল্পী ভূপেন খঙীয়া ফুকনে

ফিনলেণ্ডত বিশ্ব জয় কৰি দেশক গৌৰৱিত কৰা হিমা দাসে অনুপ্ৰাণিত কৰিলে শিল্পীৰ তুলিকাকো। পৰ্ট্ৰেইট শিল্পী ভূপেন খঙীয়া ফুকনে ৰং-তুলিকাৰ জৰিয়তে...

Read moreDetails

বগৰীবাৰীৰ পানবাৰীত তীব্ৰবেগী আলট্রা বাছে প্ৰাণ ল’লে শিশুৰ

বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক শোকাবহ পথ দুৰ্ঘটনা...

Read moreDetails

নগাঁৱত প্ৰয়াসৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে স্বাৱলম্বন বিষয়ক কৰ্মশালা

নগাঁৱৰ অন্যতম স্বেচ্ছাসেবী সংগঠন প্ৰয়াসৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ অনুস্থিত হৈছে স্বাৱলম্বন বিষয়ক এখন কৰ্মশালা। গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে সবল কৰি...

Read moreDetails

মূকাভিনয়ৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ অসমৰ মিনাংক ডেকাৰ

সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ নতুন দিল্লীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰতিভাশালী ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে সাংস্কৃতিক পৰিক্ৰমা...

Read moreDetails

দেশৰ আগশাৰীৰ ব্ৰেণ্ড আমূলৰ বিজ্ঞাপনত ভাৰত গৌৰৱ হিমাৰ সাফল্য

দেশৰে প্ৰথম দৌৰবিদৰূপে ৪০০ মিটাৰ দৌৰত বিশ্ব চেম্পিয়নৰ খিতাপেৰে ইতিহাস ৰচনা কৰাৰ পিছতে অসম কন্যা হিমাৰ সাফল্যক লৈ সমগ্ৰ দেশতে...

Read moreDetails
Page 5826 of 6055 1 … 5,825 5,826 5,827 … 6,055

Stay Connected

Recent News