শীর্ষ সংবাদ

চিকিৎসালয়ত বিধায়িকা আঙুৰলতাৰ ছাডেন ভিজিট; অনুপস্থিত চিকিৎসকলৈ সাৱধানবাণী

কিদৰে চলিছে বটদ্ৰৱাৰ চৰকাৰী চিকিৎসালয় সমূহত চিকিৎসা সেৱা? চিকিৎসক আৰু পৰ্যাপ্ত ঔষধ উপলব্ধ আছেনে চিকিৎসালয় সমূহত? কি পৰিবেশত ৰোগী সকলে...

Read moreDetails

ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু চলি থকাৰ মাজতে শক্তি বিভাগত বহু কামৰ প্ৰতিশ্ৰুতি মন্ত্ৰী তপনৰ

ৰাজ্যত বিদ্যুতৰ লোডশ্বেডিঙ নতুন সমস্যা নহয়। এটা পুৰণি সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শক্তি মন্ত্ৰী তপন কুমাৰ...

Read moreDetails

ৰাজ্য কঁপাই ‘পৃথক বৰাক’ৰ প্ৰস্তাৱ উত্থাপন প্ৰভাৱশালী নেতাৰ

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত প্ৰচণ্ড মত বিৰোধ চলি থকাৰ মাজতে আজি ১১ জুলাইত চূড়ান্তভাৱে...

Read moreDetails

অসমত ব্যৰ্থ হৈছে নগৰ ৰাজ আইন : মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

অসম নগৰ ৰাজ আইনখন যথেষ্ট আঁসোৱাহপূৰ্ণ বুলি মন্তব্য কৰিছে শিক্ষা আৰু নগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। তেওঁ লগতে এই আইনখনৰ...

Read moreDetails

ৰহা টোল গেট পুনৰ মুকলি কৰাৰ ঘোষণাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

নগাঁৱৰ ৰহাৰ ৰাষ্টীয় ঘাই পথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ টোলগেট আৰম্ভ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লোৱাৰ সময়তে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।...

Read moreDetails

অসমীয়াক বিদেশী বুলি চোঁচৰাব কিয়? অন্নবালা ৰায়ৰ গ্ৰেপ্তাৰক লৈ মুখ্য মন্ত্ৰীলৈ পত্ৰ আছুৰ

চিৰাং জিলাৰ এংকৰবাৰী গাঁৱৰ অন্নবালা ৰায়ক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ঘৰৰ পৰা চোঁচৰাই নিয়া ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰিয়তে দোষীক শাস্তি...

Read moreDetails

এন আৰ চিক দোষ দি নাপাতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দৰেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত কৰাত অনিশ্চয়তা স্পষ্ট হৈ পৰিছে। অহা ৩১ জুলাইত অন্ত পৰিব গুৱাহাটী...

Read moreDetails

অসমৰ ৰে’লত ছীৰিয়েল কিলাৰ! শিমলুগুৰিৰ পিছত মৰিয়নিত উদ্ধাৰ মহিলাৰ অৰ্ধনগ্ন মৃতদেহ, নিমাত ৰাজেন গোহাঁই

শিমলুগুৰিত কামাখ্যা এক্সপ্ৰে’ছত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ ২৪ ঘণ্টাৰ ভিতৰতে যোৰহাটৰ মৰিয়নি ষ্টে’শ্যনত আজি ১১ জুলাইত অৱধ আছাম...

Read moreDetails

পুৰণিগুদামত পথৰ কদৰ্যময় ৰূপে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ প্ৰকৃত প্ৰতিচ্ছবি

ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ চূডা়ন্ত অৱহেলাত সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি বঢ়মপুৰৰ  অন্তর্গত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ  এটা গুৰুত্বপূৰ্ণ পথত সৃষ্টি হোৱা...

Read moreDetails

খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই দলং নিৰ্মাণত নামি পৰিল ৰাইজ

নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ নানা প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বৰ চৰকাৰখনৰ ওপৰত ক্ৰমে বিশ্বাস হেৰুৱাই পেলাইছে সাধাৰণ জনতাই।...

Read moreDetails
Page 5831 of 6055 1 … 5,830 5,831 5,832 … 6,055

Stay Connected

Recent News