শীর্ষ সংবাদ

অহা মাৰ্চত ছিকিমত অনুষ্ঠিত হ’ব ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক সাংস্কৃতিক মহোৎসৱ

অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ছিকিমত কলকাতাস্থিত পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰই  ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক এখন তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে।...

Read moreDetails

দুখন বিধানসভা আসন সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে ছিকিমৰ মুখ্যমন্ত্ৰীয়ে

ছিকিমৰ মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক নতুন দিল্লীত তেওঁলোকৰ সংশ্লিষ্ট বাসভৱনত...

Read moreDetails

ই-ৰিক্সা, মেজিকৰ বিক্ৰী বন্ধৰ পৰামৰ্শ আগবঢ়াইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই

মহানগৰীত পঞ্জীয়ন নকৰাকৈ চলাচল কৰি থকা যান-বাহনসমূহ অহা ৩০ দিনৰ ভিতৰত জৰীপ কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০...

Read moreDetails

বিদ্যুৎ বিভাগত কর্মচাৰীসকলৰ বাবে বাধ্যতামূলক হ’ব ইউনিফৰ্ম

বানপানীৰ সময়ছোৱাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ কোনো প্ৰান্তৰতে যাতে বিদ্যুৎ প্ৰৱাহিত হৈ কোনো লোকৰ মৃত্যু হ’ব নোৱাৰে তাৰ বাবে যথোপযুক্ত...

Read moreDetails

বিজেপি-এনডিপিপিয়ে গঢ়িব কৰিব এখন নতুন নাগালেণ্ড: ৰাম মাধৱ

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিজেপি-এনডিপিপি মিত্ৰজোঁট ক্ষমতালৈ আহিলে নাগালেণ্ডৰ চেহেৰা সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অভিযোগ কৰে যে...

Read moreDetails

‘এখন মনোৰম পৃথিৱীলৈ এখোজ’ : জিআইএমটিৰ দশম বাৰ্ষিক উৎসৱৰ সফল সামৰণি

গিৰিজানন্দ গ্ৰুপ অৱ ইনষ্টিটিউট, আজাৰা, গুৱাহাটীৰ দশম বাৰ্ষিক উৎসৱ "ইউফিউজিম ২০১৮"ৰ যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে সফলভাৱে সামৰণি পৰে। ৫০০০তকৈও অধিক...

Read moreDetails

বংশবৃক্ষ পৰীক্ষণৰ শুনানিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে অংগমুথুৱে

এখন শুদ্ধ নাগৰিক পঞ্জীৰ বাবে বংশবৃক্ষ পৰীক্ষণৰ প্ৰক্ৰিয়া ৰাজ্যখনৰ আন অংশৰ লগতে কামৰূপ মহানগৰ জিলাটো শনিবাৰৰ পৰা আৰম্ভ হৈছে। পাঁচটা...

Read moreDetails

কেৱল বিজেপি নেতাসকলৰ বাবেহে ‘ভাল দিন’ আহিছে,সাধাৰণ লোকৰ বাবে নহয়: তৰুণ গগৈ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে কয় যে মেঘালয়ৰ আসন্ন বিধানসভাৰ নিৰ্বাচন ৰাজনৈতিক দলবোৰৰ মাজৰ যুদ্ধ নহয়,...

Read moreDetails

পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ শক্তি বিভাগৰ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল) বিগত দুটা বিত্তীয় বৰ্ষত ২৮৬কোটি টকাৰ লোকচান দেখুৱাই বিদ্যুৎ মাচুল...

Read moreDetails

২০১৮ ৰ আন্তৰ্জাতিক ৱুশ্বু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব অৰুণাচলৰ ৱুশ্বু খেলুৱৈয়ে

অৰুণাচল প্ৰদেশৰ ৱুশ্বু খেলুৱৈ পায়া টাকুৱে ২০১৮ৰ আন্তৰ্জাতিক ৱুশ্বু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈ উঠিছে। ১৭ ফেব্ৰুৱাৰিৰ পৰা ২১...

Read moreDetails
Page 6013 of 6053 1 … 6,012 6,013 6,014 … 6,053

Stay Connected

Recent News