শীর্ষ সংবাদ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জম্মু-কাশ্মীৰৰ কুপৱাৰাত ২০২৩ চনত সংঘটিত জিম্মাত নিৰ্যাতনৰ এক গুৰুতৰ ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে চিবিআইক নিৰ্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ...

Read moreDetails

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে। বৰ্ষাকালীন অধিৱেশনলৈ সকলোকে...

Read moreDetails

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু উত্তৰ প্ৰদেশৰ নয়দাৰ এখন বিশ্ববিদ্যালয়ত দুজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ  বাবে উচ্চতম ন্যায়ালয়ে নিজা কৈ তদন্তৰ...

Read moreDetails

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

ইন্দোৰক পুনৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগে লগে অষ্টমবাৰৰ বাবে মধ্যপ্ৰদেশৰ ইন্দোৰে পৰিস্কাৰ চহৰৰ তালিকাত...

Read moreDetails

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা গৈ এতিয়া বিদেশত যুৱ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী ১৭ বছৰীয়া যুৱতী । শেহতীয়াকৈ জাপানৰ পৰা...

Read moreDetails

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। ঘটনাৰ স্থান পুনৰ ওড়িশা। হোটেলত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰি আনি ছাত্ৰগৰাকীক...

Read moreDetails

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰৰ ১২জন অভিযুক্তক দোষমুক্ত কৰিলে বম্বে উচ্চ ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া ৰায়দানত কয় যে চৰকাৰে...

Read moreDetails

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

প্ৰাচীন সভ্যতাৰ নিদৰ্শন উন্মোচিত হৈছে কৰ্ণাটকত। শেহতীয়াকৈ ৰাইচুৰ জিলাৰ মাস্কি চহৰত প্ৰত্নতত্ত্ববিদসকলে খনন অভিযান চলাইছে। তাতেই ৰন্ধনৰ বাচন আৰু মাটিৰ...

Read moreDetails

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ...

Read moreDetails

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

ইণ্ডোনেছিয়াৰ এখন যাত্ৰীবাহী জাহাজত সাগৰৰ মাজতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কমেও ৫ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে চুলাৱেছি...

Read moreDetails
Page 67 of 5212 1 66 67 68 5,212

Stay Connected

Recent News