উচ্চতম ন্যায়ালয়ে দলবদ্ধ ধৰ্ষণৰ গোচৰত এক ঐতিহাসিক ৰায় প্ৰদান কৰি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে যদি একাধিক লোকে একে উদ্দেশ্যৰে...
Read moreDetailsএক উল্লেখযোগ্য জয়ত এণ্টনি আলবানিজে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হৈছে। দুটা দশকৰো অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে বৰ্তমানৰ এজন...
Read moreDetailsউত্তৰ প্ৰদেশৰ মাউ জিলাত বৃহস্পতিবাৰে এগৰাকী যুৱতীৰ ওপৰত এচিড আক্ৰমণৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তৰ নাম...
Read moreDetailsআন্তঃৰাষ্ট্ৰীয় সংস্থা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ (RSF)-ৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইনডেক্স-২০২৫ প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। প্ৰতিবাদন অনুসৰি ২০১৪ চনত নৰেন্দ্ৰ...
Read moreDetailsউত্তৰপ্ৰদেশৰ মুজফ্ফৰনগৰত জনপ্ৰিয় কৃষক নেতা ৰাকেশ টিকাইতক হিন্দুত্ববাদী সংগঠনৰ সমাৱেশ এটাই অপ্ৰৰোচিতভাৱে আক্ৰমণ কৰি আহত কৰাৰ ঘটনা পোহৰলৈ অহিছে৷ দুষ্কৃতিকাৰীসকলে...
Read moreDetailsৰেলৱে’ৰ ওপৰৰ তাঁৰত মানৱ ভ্ৰূণ! শুকুৰবাৰে এই ঘটনাই উত্তৰ প্ৰদেশৰ ছাজানৱা ৰেল ষ্টেচনত আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু কেনেকৈ তাত উপনীত...
Read moreDetailsক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰে এছিয়া কাপ ২০২৫ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰি কয় যে তেওঁ পাকিস্তানে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো নিবিচাৰে।...
Read moreDetailsআদিয়ালা জেলত শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ বলি হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। এনে অভিযোগ সমগ্ৰ ছ’চিয়েল মিডিয়াত শুনা গৈছে।...
Read moreDetailsভাৰতে তৎক্ষণাত কাৰ্যকৰী হোৱা কৈ পাকিস্তানৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ সকলো আমদানি সম্পূৰ্ণ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ পেহেলগামত...
Read moreDetailsকাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ সংঘাতে এক নতুন মাত্ৰা লাভ কৰিছে। কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি ধৰিছে সীমান্ত। ভাৰতৰ সম্ভাৱ্য...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd