• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 15, 2025 6:45 pm
33.6k
VIEWS
Share on FacebookShare on Twitter

তুৰস্কৰ ইস্তানবুলৰ পৰা দিল্লীলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় বিমানত মহিলা যাত্ৰীৰ সন্মুখত হস্তমৈথুন কৰা এগৰাকী ৫৮ বছৰীয়া প্ৰবাসী ভাৰতীয় গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। অভিযুক্ত ব্যক্তিগৰাকীৰ ৰাছিয়াৰ পাছপ’ৰ্ট থকা বুলি জানিব পৰা গৈছে।

টাৰ্কিছ এয়াৰলাইন্সৰ বিমান টিকে-৭১৬ত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি মহিলাগৰাকীৰ কাষৰ আসনত বহি হস্তমৈথুন কৰে অভিযুক্তই। লগে লগে ভুক্তভোগীয়ে কেবিন ক্ৰুক খবৰ দিয়ে আৰু তাৰ পিছত তেওঁক আন এখন আসনলৈ স্থানান্তৰিত কৰে।

যেতিয়া বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে তেতিয়া চিআইএছএফ আৰু দিল্লী আৰক্ষীয়ে তেওঁক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ বিৰুদ্ধে আই পি চিৰ ৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Recent News

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd