DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৱেষণাত প্ৰকাশ মেকুৰীও হ’ব পাৰে ক’ৰ’নাত আক্ৰান্ত; বিশ্ব স্বাস্থ্য সংস্থাই কৰিব সঠিক অনুসন্ধান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 2:12 pm
cat-image-2-600x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.4k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে এখন বিশেষ গৱেষণা পত্ৰত মেকুৰীও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলি প্ৰকাশ পাইছে।

এইক্ষেত্ৰত কুকুৰ, গাহৰি, হাঁহ, কুকুৰা আদি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম বুলিও গৱেষণাত উল্লেখ কৰা হৈছে।

জানিব পৰা মতে, জাৰ্ণেল চায়েঞ্চত প্ৰকাশিত গৱেষণা পত্ৰখনত বিশ্ব স্বাস্থ্য সংস্থাক ক’ৰ’না ভাইৰাছ মানুহৰ পৰা জন্তুলৈ বিয়পিব পৰা সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে কোৱা হৈছে।

চীনৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানে কৰা গৱেষণা পত্ৰত বিভিন্ন প্ৰজাতিৰ জীৱ—ন্তুৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত অধ্যয়ণ কৰা হয় যাতে ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে জীৱ-জন্তুৰ দেহত ইয়াক প্ৰয়োগ কৰি চাব পৰা যায়।

উল্লেখযোগ্য যে, অন্যান্য জীৱ-জন্তু সমূহ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কোনোধৰণৰ শক্তিশালী ভিত্তি প্ৰকাশ পোৱা নাই যদিও কিছুমান তথ্যত মানুহৰ শৰীৰৰ পৰা জীৱ-জন্তুৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে বুলি উল্লেখ কৰা হৈছিল।

অলপতে, আমেৰিকাৰ এখন চিৰিয়াখানত এটা বাঘ চিৰিয়াখানাত কৰ্মৰত সংক্ৰমিত কৰ্মীৰ দ্বাৰা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল বুলি খবৰ প্ৰকাশ পাইছিল।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে জীৱ-জন্তু ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ অধিক তথ্য সংগ্ৰহৰ বাবে কাম কৰি আছে বুলি জানিবলৈ দিয়ে।

Tags: COVID-19

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd