DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এক কোটিতকৈয়ো অধিক ধনৰ প্ৰৱঞ্চনাৰ বাবে সেনা জোৱানক গ্ৰেপ্তাৰ চিবিআইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 1:22 pm
CBI-1140x570

প্ৰতিনিধিত্বমূলক ফটো

659
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অনুসন্ধান সংস্থাই (চিবিআই) লিকাবালিস্থিত আৰ্মি ছাপ্লাই কৰ্পছৰ এগৰাকী সেনা জোৱানক চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দি নিৰীহ লোকৰ পৰা এক বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

আদালতৰ এক তদন্তৰ পাছত সেনা জোৱান বিজয় কুমাৰ গুপ্তা আৰু তেওঁৰ এগৰাকী সহযোগী অচিন্ত ঘোৰাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ লাভ কৰাত গোচৰটো ভাৰতীয় সেনাই কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোক হস্তান্তৰ কৰে।

গুপ্তাই পাঁচটা ভিন্ন একাউন্ট ব্যৱহাৰ কৰিছিল আৰু সেনাৰ তদন্তৰ আদালতে এক কোটিতকৈয়ো অধিক টকাৰ লেনদেন ধৰা পেলায়।

‘’গুপ্তাই দালালৰ সৈতে মিলি চাকৰি সন্ধানকাৰীসকলক বিচাৰি উলিয়াইছিল আৰু তেওঁলোকক অসামৰিক এজেন্টৰ সৈতে পৰিচয় কৰাই দি উৎকোচৰ ধন সৰবৰাহৰ বাহক হিচাপে কাম কৰিছিল,’’-চিবিআইলৈ লিখা সেনাৰ পত্ৰখনত কোৱা হৈছে।

ভাৰতীয় সেনাই সন্দেহ কৰে যে গুপ্তা অচিনাক্ত দালালৰ দ্বাৰা পৰিচালিত এক বৃহৎ চক্ৰৰ অংশ হ’ব পাৰে আৰু সেয়েহে গোচৰটোৰ এক চিবিআই তদন্ত বিচাৰিছে। সেনাই লগতে ধন সৰবৰাহৰো এক তদন্ত বিচাৰিছে।

শীৰ্ষ সেনা বিষয়ালৈ লিখা এগৰাকী মহিলাৰ এক লিখিত অভিযোগৰ পাছত এই কেলেংকাৰি পোহৰলৈ আহে। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে গুপ্তাই তেওঁৰ পুত্ৰক চাকৰি যোগাৰ কৰি দিয়াৰ নামত তেওঁৰ পৰা ১.৫ লাখ টকা উৎকোচ হিচাপে লৈছিল।

Recent News

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd