DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰিৰ নায়ক ৰাকেশ পালৰ গুৱাহাটী আৰু তুৰাৰ গৃহত চি বি আইৰ তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 7:50 am
pratidintv_1502873435-rakesh-pal-678x381

এ পি এছ চি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পালৰ ফাইল ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা চাকৰিৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰা ৰাকেশ পালৰ গৃহত ২৩ জুলাই অৰ্থাৎ মঙলবাৰে চি বি আয়ে তালাচী চলায়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি চি বি আইৰ অভিযানকাৰী দলে পালৰ গুৱাহাটী আৰু মেঘালয়ৰ তুৰাত থকা গৃহত তালাচী চলায়।

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষগৰাকী বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ গোপন সম্পত্তিৰ বিষয়ে অনুসন্ধান চলাবৰ বাবে চি বি আইক দায়িত্ব দিছিল।

সূত্ৰ মতে, ৰাকেশ পালৰ গুৱাহাটী, ক’লকাতাকে ধৰি বিভিন্ন স্থানত ফ্লেট আৰু মাটিকে আদি কৰি ২২ টাতকৈও অধিক সম্পত্তি আছে আৰু এই সম্পত্তিৰ আনুমানিক মূল্য প্ৰায় ১০০-১৫০ কোটি টকাতকৈও অধিক হ’ব।

চাকৰি প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে পালক ২০১৬ চনতে গ্ৰেপ্তাৰ কৰিছিল।

ইতিমধ্যে এ পি এছ চি চাকৰি সংক্ৰান্তীয় কেলেংকাৰিত এ পি এছ চিৰ বিষয়া, সদস্যকে ধৰি ৭০ গৰাকীতকৈও অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, ৰাকেশ পালে অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰে ঘটা ধনেৰে এনে বৃহৎ সম্পত্তিৰ গৰাকী হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

Recent News

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd