• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাথৰাসৰ জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযোগ নামা দাখিল চি বি আইৰ; চাৰিজনৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 3:04 pm

1 min read

হাথৰাসৰ জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযোগ নামা দাখিল চি বি আইৰ; চাৰিজনৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ

উৎস-ইণ্টাৰনেট

15.7k
VIEWS
Share on FacebookShare on Twitter

চি বি আয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ জঘন্য হাথৰস ধৰ্ষণ কাণ্ডৰ অভিযোগনামা দাখিল কৰে।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে হাথৰস কাণ্ডৰ অভিযোগনামাত উক্ত জঘন্য কাণ্ডত জড়িত থকা চাৰিজন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ লিপিবদ্ধ কৰিছে।

সন্দীপ, লৱকুশ, ৰবি আৰু ৰামুৰ বিৰুদ্ধে চি বি আয়ে ধর্ষণ আৰু হত্যাৰ অভিযোগ লিপিবব্ধ কৰিছে বুলি সূত্ৰত প্ৰকাশ।

চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী দলিত যুৱতীক খেতিপথাৰৰ মাজত জঘন্যভাৱে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।

জঘন্য দলবদ্ধ ধৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীয়ে অতি কৰুণভাৱে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি শেষ নিশ্বাস ত্যাগ কৰিছিল।

পৰৱৰ্তী সময়ত উত্তৰপ্ৰদেশ আৰক্ষীয়ে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকৰ অনুপস্থিতি নিশাৰ ভিতৰতে যুৱতী গৰাকীৰ মৃতদেহ সৎকাৰ কৰাক লৈ সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চি বি আয়ে হাথৰস ধৰ্ষণৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

চি বি আয়ে দাখিল কৰা অভিযোগনামাৰ পাছতে ভূক্তভোগীৰ পৰিয়ালে কিছু ন্যায় লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd