• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশু যৌন নিৰ্যাতনকাৰী চক্ৰ উৎখাতৰ লক্ষ্যৰে চিবিআইৰ-Operation Hawk 2025

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 11:52 am
177
VIEWS
Share on FacebookShare on Twitter

চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে আমেৰিকাৰ তথ্যৰ ভিত্তিত অনলাইন শিশু যৌন নিৰ্যাতনকাৰী চক্ৰৰ ওপৰত অপাৰেচন হক-২০২৫ নামেৰে এক বৃহৎ দমন অভিযান আৰম্ভ কৰে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ডিচকৰ্ডৰ জৰিয়তে আমেৰিকাৰ নাবালিকা ছোৱালীক শোষণ কৰাৰ অভিযোগত চিবিআইয়ে মঙলুৰীৰ শ্বেইখ মুইজ আহমেদ আৰু দিল্লীৰ মুকুল ছাইনী নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। সংস্থাটোৱে মুম্বাই, মংগালুৰু আৰু দিল্লীত তালাচী চলাই, শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী (চি এছ এ এম) থকা মোবাইল ফোন আৰু লেপটপৰ উদ্ধাৰ কৰে।

প্ৰকাশিত তথ্য অনুসৰি ডিচকৰ্ডত “Heisenberg7343” নামেৰে কৰি শ্বেখ মুইজ আহমেদে ২০২৪ চনৰ মাৰ্চ মাহত এগৰাকী নাবালিকা ছোৱালীৰ সৈতে যৌনগন্ধী বাৰ্তালাপ কৰিছিল আৰু তেওঁক স্পষ্ট ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ জোৰ দিয়াৰ লগতে অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰিবলৈও ভাবুকি দিয়া বুলি বুলি অভিযোগ উত্থাপন হৈছে। একেদৰে ২০২৩-২০২৪ চনৰ ভিতৰত ডিচকৰ্ড আৰু আৰিছু প্লেটফৰ্মত সক্ৰিয় হৈ থকা মুকুল ছাইনীয়ে আন এগৰাকী নাবালিকা ছোৱালীক পৰ্ণগ্ৰাফিক কন্টেন্ট শ্বেয়াৰ কৰিবলৈ প্ৰৰোচিত কৰিছিল আৰু অস্বীকাৰ কৰিলে একেখিনিকে ৰাজহুৱা কৰাৰ ভাবুকি দিছিল।

দুয়োজন লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, তথ্য প্ৰযুক্তি আইন আৰু POCSO আইনৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছিল, আহমেদক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় সংযোগৰ সৈতে অনলাইন শিশু শোষণৰ প্ৰতি লক্ষ্য ৰাখি চিবিআইৰ পূৰ্বৰ প্ৰচেষ্টা যেনে অপাৰেচন কাৰ্বন (২০২১) আৰু অপাৰেচন মেঘ চক্ৰ (২০২২)ৰ ওপৰত ভিত্তি কৰি অপাৰেচন হক-২০২৫ অভিযান আৰম্ভ কৰা হৈছে বুলি সদৰী কৰিছে।

চিবিআইৰ আন্তঃৰাষ্ট্ৰীয় অভিযান বিভাগে আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এই নেটৱৰ্কসমূহ চিনাক্ত কৰি উৎখাত কৰে। এই অভিযানে শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বান আৰু অনলাইন শিকাৰুৰ পৰা দুৰ্বল নাবালকক সুৰক্ষা প্ৰদানৰ বাবে বিশ্বব্যাপী সহযোগিতাৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd