• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক; চলিল তালাচীও!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2022 8:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CBI questions former Meghalaya Governor প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক চিবিআইয়ে দুৰ্নীতিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰিছে। ২০২১ চনৰ অক্টোবৰত সত্যপাল মালিকে দাবী কৰিছিল যে তেওঁক ৩০০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল। উৎকোচৰ বিনিময়ত তেওঁক দুটা ফাইল পাছ কৰিবলৈ কোৱা হৈছিল। ফাইল দুটা এজন আৰ এছ এছ নেতাৰ সৈতে সম্পৰ্কিত আছিল।

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)য়ে গোচৰটোৰ সন্দৰ্ভত সোধা-পোছা কৰিছে। সত্যপাল মালিক জম্মু আৰু কাশ্মীৰৰো ৰাজ্যপাল আছিল। সেই সময়ত দুটা প্ৰকল্পত অনিয়ম হৈছিল। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিষয়াসকলে এই সন্দৰ্ভত তেওঁৰ পৰা সৱিশেষ জানিব বিচাৰে।

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

Apply Now

চিবিআইয়ে এপ্ৰিলত দুয়োটা প্ৰকল্পত অনিয়মৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে কৈছে যে মালিকে নিজেই আগতে অভিযোগ কৰিছিল। তেওঁক সেই অভিযোগবোৰৰ সৱিশেষ জানিবলৈ সোধপোছ কৰা হৈছে। তেওঁক এগৰাকী সাক্ষী হিচাপে প্ৰশ্ন কৰা হৈছে।

কেলেংকাৰীৰ সময়ত আইএএছ বিষয়া নবীন চৌধুৰী চেনাব ভেলী পাৱাৰ প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ (চিভিপিপিএল) অধ্যক্ষ আছিল। তেওঁৰ ঘৰতো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দলটোৱে তালাচী চলায়। এটা প্ৰকল্পৰ পৰিচালন সঞ্চালক এম এছ বাবু, পৰিচালক এম কে মিট্টাল আৰু অৰুণ মিশ্ৰৰ বাসগৃহতো তালাচী চলোৱা হৈছে। চিবিআইয়ে জম্মুৰ গোচৰটোৰ অভিযুক্ত পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰিছে।

তদুপৰি, শ্ৰীনগৰত অনিল আম্বানীৰ ৰিলায়েন্স জেনেৰেল ইঞ্চিউৰেন্স কোম্পানী আৰু ট্ৰিনিটি ৰিইঞ্চিউৰেন্স ব্ৰোকাৰ লিমিটেডৰ বিৰুদ্ধে শ্ৰীনগৰত পৃথক এজাহাৰ দাখিল কৰা হৈছে।

লগতে পঢ়ক: অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী

চিবিআইয়ে এক বিবৃতিত কয়, “জম্মু-কাশ্মীৰ চৰকাৰৰ পৰামৰ্শ অনুসৰি দুটা পৃথক গোচৰ ৰুজু কৰা হৈছে। জম্মু আৰু কাশ্মীৰ স্বাস্থ্যসেৱা বীমা আঁচনিকলৈ ২০১৭-১৮ বৰ্ষত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে ৬০ কোটি টকাৰ চুক্তিৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আনহাতে, ২০১৯ চনত কিৰু জলবিদ্যুৎ প্ৰকল্পৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে ২,২০০ কোটি টকাৰ চুক্তিত দুৰ্নীতিৰ সন্দৰ্ভত দ্বিতীয় অভিযোগটো দাখিল কৰা হৈছিল।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd