• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা; চাই লওক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2024 8:28 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিবিএছইয়ে প্ৰকাশ কৰিলে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ৰুটিন। এইবাৰ পৰীক্ষাৰ কমেও ৮৬ দিন পূৰ্বে সম্পূৰ্ণ সময়সূচী ঘোষণা কৰা হৈছে। বুধবাৰে নিশা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে জনোৱা মতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা। ১৮ মাৰ্চলৈকে চলিব।

আনহাতে, ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাও। কেন্দ্ৰীয় ব’ৰ্ডে জনোৱা মতে অহা ৪ এপ্ৰিললৈকে এই পৰীক্ষা চলিব।

Apply Now

“৪০,০০০ ছাৱজেক্ট কম্বিনেছনৰ কথা বিবেচনা কৰি পৰীক্ষাৰ সময়সূচী”

কেন্দ্ৰীয় ব’ৰ্ডৰ নিয়ন্ত্ৰক সনাম ভৰদ্বাজে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা পিছুৱাই দিয়াৰ সন্দৰ্ভত কয়, ‘দুটা বিষয়ৰ পৰীক্ষাৰ মাজত পৰ্যাপ্ত সময় দিয়া হৈছে। কমেও ৪০ হাজাৰ বিষয়ৰ সংমিশ্ৰণ মনত ৰাখি ব’ৰ্ড পৰীক্ষাৰ তাৰিখপত্ৰ (ৰুটিন) প্ৰস্তুত কৰা হৈছে, যাতে কোনো ছাত্ৰই একেদিনাই দুটা বিষয়ৰ পৰীক্ষা দিবলগীয়া নহয়।’

CBSE বোৰ্ড পৰীক্ষাৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়

১) কেন্দ্ৰীয় ব’ৰ্ডে জনাইছে যে  প্ৰথমবাৰৰ বাবে ইমান আগতীয়াকৈ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। ফলত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পৰ্যাপ্ত সময় পাব।

২) চিবিএছই দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষা পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

৩) বিদ্যালয়সমূহে ব’ৰ্ড পৰীক্ষাৰ সময়সূচী অনুসৰি শ্ৰেণী আয়োজন কৰিব পাৰিব।

৪) সকলো বিষয়ৰ শিক্ষকে একে সময়তে যাতে দীঘলীয়া ছুটীত নাযায় তাৰ ওপৰত জোৰ দিয়া হৈছে। সেই কথা মনত ৰাখিয়েই দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সময়সূচী প্ৰস্তুত কৰা হৈছে বুলি চিবিএছইয়ে জনাইছে। ফলত উত্তৰ বহী মূল্যায়ন প্ৰক্ৰিয়া সুচাৰুৰূপে চলিব। আন কামৰ বাবেও যথেষ্ট শিক্ষক থাকিব।

৫) চি বি এছ ই দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়ত আন এখন বিদ্যালয়ৰ এজন পৰীক্ষক উপস্থিত থাকিব। অৰ্থাৎ চিবিএছই দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়ত ‘বাহ্যিক পৰীক্ষক’ থাকিব। আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়ত বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকিব।

৬) চিবিএছইয়ে জনাইছে যে এইবাৰ চিবিএছইৰ দশম আৰু দ্বাদশ বৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৪৪ লাখ।

৭) দশম শ্ৰেণীৰ প্ৰথম দিনাৰ পৰীক্ষা ইংৰাজী। আৰু দ্বাদশ শ্ৰেণীৰ প্ৰথম দিনাৰ পৰীক্ষাটো হৈছে Entrepreneurship।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd