• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৮৫.২০ শতাংশ

by
May 13, 2026 2:00 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ ১৮ লাখৰো অধিক শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইয়ে ২০২৬ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত এতিয়া ছাত্ৰ-ছাত্ৰীসকলে চিবিএছইৰ চৰকাৰী ৱেবছাইট, ডিজি লকাৰ আৰু উমংগ এপৰ জৰিয়তে নিজৰ ফলাফল চাব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে ফলাফল চাবলৈ নিজৰ ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি আৰু জন্মৰ তাৰিখ ব্যৱহাৰ কৰিব লাগিব। ৱেবছাইটত একেলগে বহু ছাত্ৰ-ছাত্ৰীয়ে ফলাফল চাবলৈ চেষ্টা কৰাৰ বাবে ছাৰ্ভাৰ অলপ লেহেমীয়া হৈছে, সেয়েহে ব’ৰ্ডে আইভিআৰএছ ফোন সেৱা আৰু এছএমএছৰ জৰিয়তেও ফলাফল লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে। ডিজি লকাৰৰ পৰা ডাউনলোড কৰা মাৰ্কশ্বীটসমূহ কলেজত নামভৰ্তি আৰু জলপানীৰ বাবে সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য হ’ব।

এই বছৰ সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.২০ শতাংশ, যিটো যোৱা বছৰৰ ৮৭.৯৮ শতাংশৰ তুলনাত প্ৰায় তিনি শতাংশ কম আৰু শেহতীয়া কেইবাখনো বছৰৰ ভিতৰত আটাইতকৈ কম। ফলাফলৰ এই অৱনতিয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ২০২৬ বৰ্ষৰ পৰা চিবিএছইয়ে উত্তৰবহী নিৰীক্ষণৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিছে। পৰম্পৰাগত পদ্ধতিৰ সলনি এইবাৰ ডিজিটেল বা অন-স্ক্ৰীণ মাৰ্কিং ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল যাতে ফলাফল প্ৰস্তুত কৰা প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আহে আৰু দ্ৰুতভাৱে কাম সম্পন্ন হয়। চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১০ এপ্ৰিললৈ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ ১৮.৫ লাখৰো অধিক শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

Apply Now

প্ৰতিবাৰৰ দৰে এইবাৰো ল’ৰাতকৈ ছোৱালীৰ ফলাফল বহু পৰিমাণে ভাল হৈছে। এই বছৰ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.৮৬ শতাংশ, আনহাতে ছাত্ৰসকলৰ উত্তীৰ্ণৰ হাৰ ৮২.১৩ শতাংশ। ইয়াৰ উপৰিও ট্ৰেন্সজেণ্ডাৰ শিক্ষাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ বুলি জানিব পৰা গৈছে। অঞ্চলভিত্তিক ফলাফললৈ চালে দেখা যায় যে ত্ৰিবান্দ্ৰম অঞ্চলে ৯৫.৬২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ পিছতে ৯৩.৮৪ শতাংশৰে চেন্নাই আৰু ৯৩.১৯ শতাংশৰে বেংগালুৰুৱে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। দিল্লী ৱেষ্ট আৰু দিল্লী ইষ্ট অঞ্চলৰ ফলাফলো যথেষ্ট ভাল হৈছে, কিন্তু ৭২.৪৩ শতাংশৰে প্ৰয়াগৰাজ অঞ্চলৰ ফলাফল আটাইতকৈ বেয়া হোৱা দেখা গৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd