• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছ চি-এছ টি শিক্ষাৰ্থীৰ পৰীক্ষা মাচুল ২৪ গুণ বৃদ্ধি; অতিৰিক্ত অংশ নিদিলে নোৱাৰিব পৰীক্ষাত বহিব

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2019 8:54 pm
CBSE
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (Central Board of Secondary Education বা CBSE)-এ ইয়াৰ অধীনৰ চৰকাৰী বিদ্যালয়বোৰৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ এছ চি/এছ টি শিক্ষাৰ্থীৰ পৰীক্ষাৰ মাচুল ২৪ গুণ বৃদ্ধি কৰিছে।

যোৱা সপ্তাহত ঘোষণা কৰা এই মাচুল বৃদ্ধিক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে আন এটা শংকাই দেখা দিছে, যিটোৰ ক্ষেত্ৰত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী অৱগত হোৱা প্ৰয়োজন।

Apply Now

সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, পৰিষদে বিদ্যালয়বোৰলৈ এইটো জাননী জাৰি কৰিছে যে যিসকল বিদ্যালয়ে পুৰণি নিৰিখত মাচুল লৈ ইতিপূৰ্বে ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন কৰিলে, তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ পৰা নতুন নিৰিখৰ বাকী অংশটো সংগ্ৰহ কৰিব লাগিব। অন্যথা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ পঞ্জীয়ন নহ’ব পাৰে আৰু পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ’ব পাৰে।

পঞ্জীয়নৰ নিয়ম হ’ল, দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে নৱম শ্ৰেণীত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে একাদশ শ্ৰেণীতে পঞ্জীয়ন হয়।

ইতিমধ্যে বহুতো বিদ্যালয়ে পুৰণি নিৰিখত পঞ্জীয়ন কৰা বুলি পৰিষদে শংকা প্ৰকাশ কৰি এই নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে চি বি এছ ইৰ অধীনৰ চৰকাৰী বিদ্যালয়বোৰত পূৰ্বে এই দুটা শ্ৰেণীৰ পৰীক্ষাৰ মাচুল হিচাপে অনুসূচিত জাতি (এছ চি) আৰু অনুসূচিত জনজাতি (এছ টি)ৰ শিক্ষাৰ্থীয়ে মাত্ৰ ৫০ টকা দিব লগীয়া হৈছিল। কিন্তু নতুন নিৰিখ মতে তেওঁলোকে এতিয়াৰ পৰা ১২০০ টকাকৈ দিব লগীয়া হ’ব। বৃদ্ধিৰ হাৰ ২৪ গুণ।

আনহাতে সাধাৰণ বৰ্গৰ পৰীক্ষাৰ্থীয়ে দিব লগীয়া এই মাচুল ৭৫০ টকাৰ পৰা ১৫০০ টকা কৰা হৈছে, যিটোৰ বৃদ্ধিৰ হাৰ ২গুণ।

এই বৃদ্ধিৰ ফলত সাধাৰণ বৰ্গৰ শিক্ষাৰ্থী আৰু এছ চি-এছ টি শিক্ষাৰ্থীৰ মাচুল প্ৰায় সমান হৈছেগৈ।

আনহাতে যদি উপৰঞ্চি এটা বিষয়ত পৰীক্ষা দিব খোজে এছ চি-এছ টি শিক্ষাৰ্থীয়ে ৩০০ টকা অতিৰিক্ত দিব লাগিব, যিটো পূৰ্বে বিনামূলীয়া আছিল।

সাধাৰণ বৰ্গৰ শিক্ষাৰ্থীয়েও একোটা অতিৰিক্ত বিষয়ৰ বাবে ৩০০ টকা দিব লাগিব, যিটো পূৰ্বে ১৫০ টকা আছিল।

“পুৰণি নিৰিখত পঞ্জীয়ন কৰা যিবোৰ শিক্ষাৰ্থীয়ে এই বৰ্ধিত মাচুলৰ বাকী অংশ অন্তিম তাৰিখৰ ভিতৰত জমা নিদিয়ে তেওঁলোকৰ পঞ্জীয়ন নহ’ব আৰু ২০১৯-২০২০ চনৰ পৰীক্ষাত বহাৰ অনুমতি দিয়া নহ’ব”, পৰিষদৰ এজন বিষয়াৰ উদ্ধৃতি ৰাষ্ট্ৰীয় কাকতত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd