DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেতিয়া হ’ব CBSE-ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা? কেন্দ্ৰই কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ক?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 3:41 pm
CBSE Exam
262
VIEWS
Share on FacebookShare on Twitter

দেশত অব্যাহত থকা কৰোনা সন্ত্ৰাসৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে স্থগিত ৰাখিছে CBSE-ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।

দেশত কোভিড পৰিস্থিতি এতিয়াও শোচনীয় হৈ থকাৰ বাবে এই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰাণলয়ে।

কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে CBSE-ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত অহা দুদিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰই।

ন্যায়ালয়ত চলি থকা পৰীক্ষা সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ এটৰ্নি জেনেৰেল কেকে বেণুগোপাল, ন্যায়াধীশ এএম খানৱোইলকৰ আৰু দীনেশ মহেশ্বৰীৰ খণ্ড বিচাৰপীঠত কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে আগন্তুক দুটা দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

পৰীক্ষা হ’লে কেনেদৰে অনুষ্ঠিত কৰা হ’ব সেই বিষয়ে বিতংকৈ ন্যায়ালয়ক জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

“সিদ্ধান্ত ল’বলৈ কোনো সমস্যা নাই। যদি কেন্দ্ৰই বিগত বৰ্ষৰ সিদ্ধান্ত সলনি কৰিছে, কিয় সেই সিদ্ধান্ত সলনি কৰা হৈছে সেই কাৰণ আদালতক স্পষ্টভাৱে জনাব লাগিব।” আদালতে কয়।

উল্লেখ্য যে বিগত বৰ্ষৰ২৬ তাৰিখে কেন্দ্ৰীয় চৰকাৰে জুলাইৰ ১ৰ পৰা ১৫ ৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডৰ নিৰ্ধাৰিত পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰিছিল। আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ সেই সিদ্ধান্ত গ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰিছিল।

এইবৰ্ষৰো ব’ৰ্ড পৰীক্ষাৰ সন্দৰ্ভত কেন্দ্ৰই দুদিনৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি ন্যায়ালয়ক জানিবলৈ দিছে।

ইফালে বিচাৰাধীন গোচৰটো পৰৱৰ্তী শুনানি অহা ৩ জুনত গ্ৰহণ কৰা হ’ব।

Recent News

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd