• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাষাণ মাতৃৰ হৃদয়বিদাৰক কাণ্ড! ১১বছৰীয়া পুত্ৰৰ বুকুৰ ওপৰত বহি নৃশংসভাৱে প্ৰহাৰ,স্বামীয়ে পত্নীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2024 7:57 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ ফৰিদাবাদৰ এগৰাকী মহিলাই নিজৰ ১১ বছৰীয়া পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটা চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈছে৷চিকিৎসক বুলি চিনাক্ত কৰা মহিলাগৰাকীয়ে নিজৰ সন্তানৰ বুকুত বহি বাৰে বাৰে চৰ মাৰি থকা দেখা গৈছে। এই আমনিদায়ক ফুটেজ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে শিশুটিৰ পিতৃয়ে, অভিযন্তা স্বামীয়ে পত্নীৰ বিৰুদ্ধেও তেওঁৰ নিষ্ঠুৰ আচৰণৰ বাবে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

Faridabad mother beats 11-year-old son, sits on his chest and slaps her, kicks her. - India Today

পিতৃৰ মতে, পুত্ৰক মৰাৰ সময়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰাৰ সময়ত পত্নীয়ে বিষ সেৱন কৰি তেওঁলোকৰ পুত্ৰক হত্যাৰ ভাবুকি দিছিল। ইয়াৰ পূৰ্বে শিশুটিয়ে শিশু কল্যাণ সমিতিৰ ওচৰত মাতৃৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল। বৰ্তমান এই গোচৰৰ তদন্ত অব্যাহত আছে সুৰাজকুণ্ড আৰক্ষীয়ে।

Apply Now

कलेजे के टुकड़े संग ऐसी हरकत? बच्चे को बेरहमी से पीटने का वीडियो वायरल, पिता ने डॉक्टर मां पर लगाए गंभीर आरोप !!#Faridabad_Crime: इन दिनों एक विडियो वायरल है। एक महिला अपने 11 साल के बेटे को बेरहमी से पीटती दिख रही है। कभी वह बच्चे की छाती के ऊपर बैठकर थप्पड़ मारती है तो कभी… pic.twitter.com/SqWLKVJPt9

— MANOJ SHARMA LUCKNOW UP🇮🇳🇮🇳🇮🇳 (@ManojSh28986262) May 27, 2024

এজাহাৰ দাখিল কৰাৰ পাছতে মাতৃয়ে শিশুটিক লৈ যায় পিতৃ-মাতৃৰ ঘৰলৈ। ইয়াৰ পাছতে শিশুটিয়ে চি ডব্লিউ চিক এক বিবৃতি দি পিতৃক নিচাসক্ত বুলি অভিযোগ উত্থাপন কৰে। এই দাবীসমূহৰ সত্যতা নিৰ্ণয় কৰিবলৈ আৰু ইয়াৰ লগত জড়িত যিকোনো সম্ভাৱ্য জোৰ-জবৰদস্তি উন্মোচন কৰিবলৈ কৰ্তৃপক্ষই তদন্ত কৰি আছে।

পিতৃয়ে কয় যে তেওঁ ১৭ বছৰ পূৰ্বে দিল্লীত মহিলাগৰাকীক বিয়া কৰাইছিল। তেওঁলোকৰ পুত্ৰ ডাঙৰ হোৱাৰ লগে লগে মাক ক্ৰমান্বয়ে আধিপত্যশীল আৰু কঠোৰ হৈ পৰিল। শিশুটিক ভালদৰে নিৰীক্ষণ কৰিবলৈ তেওঁলোকৰ ঘৰৰ শোৱা কোঠাকে ধৰি প্ৰতিটো কোঠাত চিচিটিভি কেমেৰা স্থাপন কৰিছিল। তেওঁলোকৰ পুত্ৰই শৈক্ষিক দিশত উৎকৃষ্ট আৰু এজন প্ৰতিভাৱান চিত্ৰশিল্পী হোৱাৰ পাছতো মাতৃগৰাকীয়ে তেওঁক কেৱল পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ জোৰ দি খেল বা চিত্ৰকলাৰ পৰা নিৰুৎসাহিত কৰিছিল।

সুৰাজকুণ্ড থানাৰ এছ এইচ অ’ শ্বমশ্বেৰ সিঙে উল্লেখ কৰে যে নিৰ্বাচনী কৰ্তব্যৰ বাবে শিশুটিৰ বক্তব্য এতিয়াও লিপিবদ্ধ হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

November 29, 2026 9:47 pm
২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

November 29, 2026 8:23 pm
সুৰক্ষিতনে নাগৰিকৰ তথ্য? ভাৰতৰ ‘ডিজিট’ প্লেটফৰ্মত গুৰুতৰ ছাইবাৰ ত্ৰুটি ধৰা পেলালে চাৰ্ট-ইনে; জাৰি কৰিলে উচ্চ স্তৰৰ সতৰ্কবাণী

সুৰক্ষিতনে নাগৰিকৰ তথ্য? ভাৰতৰ ‘ডিজিট’ প্লেটফৰ্মত গুৰুতৰ ছাইবাৰ ত্ৰুটি ধৰা পেলালে চাৰ্ট-ইনে; জাৰি কৰিলে উচ্চ স্তৰৰ সতৰ্কবাণী

November 29, 2026 7:41 pm
“ভূপেন হাজৰিকাই কেতিয়াও শাসকৰ স্তুতি গোৱা নাছিল!” দিল্লীত শতবৰ্ষৰ সামৰণি অনুষ্ঠানক লৈ বাক্-স্বাধীনতাৰ প্ৰশ্ন তুলিলে অখিল গগৈয়ে

“ভূপেন হাজৰিকাই কেতিয়াও শাসকৰ স্তুতি গোৱা নাছিল!” দিল্লীত শতবৰ্ষৰ সামৰণি অনুষ্ঠানক লৈ বাক্-স্বাধীনতাৰ প্ৰশ্ন তুলিলে অখিল গগৈয়ে

November 29, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

November 29, 2026 9:47 pm
২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

November 29, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd