• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদৰ বিশেষ অধিৱেশন আহ্বান মোডী চৰকাৰৰ; হঠাৎ কিয় ৫ দিনীয়া অধিৱেশনৰ পৰিকল্পনা?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 31, 2023 4:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন চলিব। ৫ দিন ধৰি চলিব এই অধিৱেশন। এইখন হ’ব ১৭ নং লোকসভাৰ ত্ৰয়োদশ অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬১ সংখ্যক অধিৱেশন।

মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে যে অমৃত কালৰ মাজত সংসদৰ বিশেষ অধিৱেশনত অৰ্থপূৰ্ণ আলোচনা আৰু বিতৰ্কৰ আশা কৰা হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, যি সময়ত বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক মুম্বাইত অনুষ্ঠিত হ’বলৈ গৈ আছে, সেই সময়তে এই অধিৱেশনৰ কথা ঘোষণা কৰা হৈছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এই অধিবেশনত ১০খনতকৈও অধিক গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ’ব। বিধেয়ককেইখনৰ বাবেই বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। অৱশ্যে আন আন জল্পনা-কল্পনাও চলি আছে।

Apply Now

লগতে পঢ়ক: ভাৰতলৈ নাহে জিনপিং! জি-২০ সন্মিলনত মানচিত্ৰ বিতৰ্কৰ প্ৰভাৱ?

বিৰোধীয়ে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে সময়ৰ আগতেই নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে। অৱশ্যে চৰকাৰৰ পৰা এনে কোনো খবৰ চৰ্চালৈ অহা নাই।

ইপিনে, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হৈ আছে। ইয়াৰ পূৰ্বে বিৰোধীয়ে চৰকাৰক আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে চৰকাৰেও প্ৰতিশোধ লোৱাৰ লগতে সংসদত বিতৰ্ক নকৰাৰ অভিযোগ উত্থাপন কৰে। তাৰমাজতে এতিয়া এই নতুন ঘোষণা।

উল্লেখ্য যে সংবিধানৰ ৮৫ নং দফাত সংসদৰ অধিৱেশন আহ্বান কৰাৰ ব্যৱস্থা আছে। ইয়াৰ অধীনত সংসদৰ অধিৱেশন আহ্বান কৰাৰ অধিকাৰ আছে চৰকাৰৰ।

ইয়াৰ পূৰ্বে বৰ্ষাকালীন অধিবেশনত যথেষ্ট উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই অধিৱেশনত তুমুল বিতৰ্কৰ বাবে সংসদৰ দুয়োটা সদনত বহু কাম কৰিব পৰা নগ’ল। ক’বলৈ গ’লে মণিপুৰৰ বিষয়টোৱে এই অধিৱেশনখন নেচেল কৰিলে।

লগতে পঢ়ক: প্ৰশাসনিক পৰিসীমা অক্ষুন্ন ৰখাৰ দাবী; চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত নামিল এইবাৰ বৰপেটা সত্ৰ

কেৱল সেয়াই নহয়, সংসদত বিৰোধীয়েও মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰি ধ্বনি ভোটত পৰাস্ত হয় ৷ এই সময়ত শাসক আৰু বিৰোধী দুয়োপক্ষৰ পৰা ইটোৱে সিটোৰ ওপৰত তীব্ৰ আক্ৰমণ চলোৱা দেখা গৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd