• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাড়ীৰ পিছফালৰ আসনৰ যাত্ৰীৰ বাবেও বাধ্যতামূলক কৰা হৈছে ছিট বেল্ট; কিয় কৰা হ’ল এই নিয়ম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2024 11:07 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

21.9k
VIEWS
Share on FacebookShare on Twitter

এতিয়ালৈকে চালক আৰু সন্মুখৰ আসনৰ যাত্ৰীসকলৰ বাবে ছিটবেল্ট বাধ্যতামূলক আছিল। এইবাৰ গাড়ীৰ পিছফালৰ চিটত বহি থকা যাত্ৰীসকলৰ বাবে  ছিটবেল্ট বাধ্যতামূলক কৰা হৈছে।

ছিটবেল্ট নিপিন্ধিলে ভৰিব লাগিব জৰিমনা। পৰিবহণ বিভাগৰ সূত্ৰ অনুসৰি অহা বছৰৰ ১ এপ্ৰিলৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব।

এই সন্দৰ্ভত যোৱা শুকুৰবাৰে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এক খচৰা অধিসূচনা জাৰি কৰিছে। এতিয়াৰে পৰা গাড়ীৰ পিছৰ চিটত ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক বুলি গাড়ী নিৰ্মাতা কোম্পানীসমূহক অৱগত কৰা হৈছে।

লগতে পঢ়কঃ আইৰণৰ অভাৱত ভোগে ৯০ শতাংশ ভাৰতীয় মহিলা; ডাঙৰ ৰোগৰ পৰা হাত সাৰিবলৈ কি কি খাব?

অধিসূচনা অনুসৰি অহা বছৰৰ ১ এপ্ৰিলৰ পৰা দেশত বিক্ৰী হোৱা সকলো গাড়ীতে ‘ৰিয়াৰ ছিট বেল্ট এলাৰ্ম’ লগোৱাটো বাধ্যতামূলক। যাত্ৰী গাড়ীত উঠাৰ লগে লগে এই এলাৰ্ম বাজিব। এই এলাৰ্মটোৱে যাত্ৰীক ছিটবেল্ট নিপিন্ধালৈকে সতৰ্ক কৰি দিব। নিয়ম মানি নচলে কমেও ১ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

বৰ্তমান চালক আৰু সন্মুখৰ চিটৰ যাত্ৰীৰ বাবে ছিটবেল্ট বাধ্যতামূলক। কেন্দ্ৰীয় মটৰ গাড়ী নিয়মৰ (চিএমভিআৰ) নিয়ম ১৩৮ (৩)ৰ অধীনত পিছফালৰ যাত্ৰীয়েও ছিটবেল্ট পৰিধান কৰাৰ নিয়ম আছে যদিও এতিয়ালৈকে বাধ্যতামূলক নাছিল।

হঠাতে এই নিয়ম কিয় অনা হৈছে? উল্লেখ্য যে ২০২২ চনৰ ৪ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ পালঘৰত টাটা সন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ গাড়ীয়ে ডিভাইডাৰত খুন্দা মাৰিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁৰ মৃত্যু হয়।

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে ইয়াচিন মালিকৰ জে কে এল এফক আৰু ৫ বছৰৰ বাবে নিষিদ্ধ কৰিলে কেন্দ্ৰই

দুৰ্ঘটনাগ্ৰস্ত গাড়ীত তেওঁৰ লগত আৰু তিনিজনো আছিল। ইয়াৰে এজনৰো মৃত্যু হয় এই দুৰ্ঘটনাত। পিছৰ চিটত বহি আছিল চাইৰাছ মিষ্ট্ৰী। ছিটবেল্ট থাকিলে হয়তো এই অনাকাংক্ষিত মৃত্যুৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন। ইয়াৰ পিছতে পিছৰ চিটত ছিটবেল্ট বাধ্যতামূলকভাৱে পৰিধান কৰাৰ বিষয়টোও চৰ্চালৈ আহে। 

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd