• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গাড়ীৰ পিছফালৰ আসনৰ যাত্ৰীৰ বাবেও বাধ্যতামূলক কৰা হৈছে ছিট বেল্ট; কিয় কৰা হ’ল এই নিয়ম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2024 11:07 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়ালৈকে চালক আৰু সন্মুখৰ আসনৰ যাত্ৰীসকলৰ বাবে ছিটবেল্ট বাধ্যতামূলক আছিল। এইবাৰ গাড়ীৰ পিছফালৰ চিটত বহি থকা যাত্ৰীসকলৰ বাবে  ছিটবেল্ট বাধ্যতামূলক কৰা হৈছে।

ছিটবেল্ট নিপিন্ধিলে ভৰিব লাগিব জৰিমনা। পৰিবহণ বিভাগৰ সূত্ৰ অনুসৰি অহা বছৰৰ ১ এপ্ৰিলৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব।

এই সন্দৰ্ভত যোৱা শুকুৰবাৰে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এক খচৰা অধিসূচনা জাৰি কৰিছে। এতিয়াৰে পৰা গাড়ীৰ পিছৰ চিটত ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক বুলি গাড়ী নিৰ্মাতা কোম্পানীসমূহক অৱগত কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ আইৰণৰ অভাৱত ভোগে ৯০ শতাংশ ভাৰতীয় মহিলা; ডাঙৰ ৰোগৰ পৰা হাত সাৰিবলৈ কি কি খাব?

অধিসূচনা অনুসৰি অহা বছৰৰ ১ এপ্ৰিলৰ পৰা দেশত বিক্ৰী হোৱা সকলো গাড়ীতে ‘ৰিয়াৰ ছিট বেল্ট এলাৰ্ম’ লগোৱাটো বাধ্যতামূলক। যাত্ৰী গাড়ীত উঠাৰ লগে লগে এই এলাৰ্ম বাজিব। এই এলাৰ্মটোৱে যাত্ৰীক ছিটবেল্ট নিপিন্ধালৈকে সতৰ্ক কৰি দিব। নিয়ম মানি নচলে কমেও ১ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

বৰ্তমান চালক আৰু সন্মুখৰ চিটৰ যাত্ৰীৰ বাবে ছিটবেল্ট বাধ্যতামূলক। কেন্দ্ৰীয় মটৰ গাড়ী নিয়মৰ (চিএমভিআৰ) নিয়ম ১৩৮ (৩)ৰ অধীনত পিছফালৰ যাত্ৰীয়েও ছিটবেল্ট পৰিধান কৰাৰ নিয়ম আছে যদিও এতিয়ালৈকে বাধ্যতামূলক নাছিল।

হঠাতে এই নিয়ম কিয় অনা হৈছে? উল্লেখ্য যে ২০২২ চনৰ ৪ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ পালঘৰত টাটা সন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ গাড়ীয়ে ডিভাইডাৰত খুন্দা মাৰিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁৰ মৃত্যু হয়।

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে ইয়াচিন মালিকৰ জে কে এল এফক আৰু ৫ বছৰৰ বাবে নিষিদ্ধ কৰিলে কেন্দ্ৰই

দুৰ্ঘটনাগ্ৰস্ত গাড়ীত তেওঁৰ লগত আৰু তিনিজনো আছিল। ইয়াৰে এজনৰো মৃত্যু হয় এই দুৰ্ঘটনাত। পিছৰ চিটত বহি আছিল চাইৰাছ মিষ্ট্ৰী। ছিটবেল্ট থাকিলে হয়তো এই অনাকাংক্ষিত মৃত্যুৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন। ইয়াৰ পিছতে পিছৰ চিটত ছিটবেল্ট বাধ্যতামূলকভাৱে পৰিধান কৰাৰ বিষয়টোও চৰ্চালৈ আহে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd