• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীতি আয়োগৰ বৈঠকত অনুপস্থিত ১১ বিৰোধী মুখ্যমন্ত্ৰী! কেন্দ্ৰই ক’লে,’নাহিলে আপোনালোকৰে ক্ষতি’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 28, 2023 10:15 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰতি কেন্দ্ৰৰ বঞ্চনা তথা কেন্দ্ৰই ফেডাৰেল গাঁথনিত আক্ৰমণ কৰাকে ধৰি একাধিক বিষয়ত নীতি আয়োগৰ বিৰোধিতাৰে ১১ গৰাকী মুখ্যমন্ত্ৰীয়ে  বৰ্জন কৰিলে নীতি আয়োগৰ বৈঠক। এই সন্দৰ্ভত কেন্দ্ৰই কয়, ‘যিসকল নাহিল তেওঁলোকৰ লোকচান হ’ব। সমৃদ্ধ আলোচনাৰ পৰা তেওঁলোক বঞ্চিত’।

এই নীতি আয়োগৰ বৈঠক বৰ্জন কৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত নীতিশ কুমাৰ, মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অশোক গেহলট, এম কে ষ্টেলিন, সিদ্দাৰামাইয়া, ভগৱন্ত সিং মান, পিনাৰাই বিজয়নৰ লগতে চন্দ্ৰশেখৰ ৰাও, নবীন পাটনায়ক অন্যতম।

লগতে পঢ়ক: লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল ‘চাইনা ভ’ডকা’ পান! প্ৰাণ গ’ল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ

Apply Now

নীতি আয়োগৰ চিইঅ’ বিভিআৰ সুব্ৰমনিয়মে কয়, “১১গৰাকী মুখ্যমন্ত্ৰীয়ে বৈঠকত উপস্থিত নাছিল। কিন্তু বহুত আহিছে। এই ধৰণৰ অনুপস্থিতি মই আগতেও দেখিছো। হয়তো সেই মুখ্যমন্ত্ৰীসকলৰ ব্যক্তিগত কোনো কাৰণ আছিল।”

তাৰ পিছতে নীতি আয়োগৰ চিইঅ’ গৰাকীয়ে অলপ কটাক্ষৰ সুৰত বিৰোধীসকলক উদ্দেশ্যি কয়, “আপুনি যদি সভালৈ নাহে তেন্তে লোকচান আপোনাৰ। এই সমৃদ্ধ আলোচনাৰ পৰা আপুনি বঞ্চিত, এই উন্নত চিন্তাধাৰাৰ পৰা বঞ্চিত হ’ল। হয় আমি কোৱা নাই যে আপোনালোক নাহিল বুলি আপোনালোকক বৰ্জন কৰিম। আমি সমগ্ৰ দেশৰ বাবে পৰিকল্পনা কৰিম। কোনো ৰাজ্য বাদ দিয়া নহয়। কিন্তু যিসকল নাহিল তেওঁলোকৰ ক্ষতি।”

লগতে পঢ়ক: ১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ! লেট ফাইন ১ লাখ ১৭ হাজাৰ টকা, কিন্তু…

বিভিআৰ সুব্ৰমনিয়ামে জনায় যে প্ৰধানমন্ত্ৰীয়েও কেন্দ্ৰৰ সকলো নীতি ৰাজ্যিক পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয়, ‘’প্ৰধানমন্ত্ৰীয়ে জনাইছে যে যিহেতু আমাৰ থিম বিকশিত ভাৰত, গতিকে আমি কেৱল কেন্দ্ৰীয় পৰ্যায়ত নীতি প্ৰণয়ন কৰা উচিত নহয়। ৰাজ্যিক পৰ্যায়ত নীতি প্ৰণয়ন কৰিব লাগিব। জিলা পৰ্যায়ত নীতি প্ৰণয়ন কৰিব লাগিব।”

দৰাচলতে কেন্দ্ৰৰ নীতি আয়োগৰ বৈঠকক লৈ বহু অভিযোগ উত্থাপন হৈছে। এই বৈঠকত স্বাস্থ্য, মহিলা সৱলীকৰণ, আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে আলোচনাৰ কথা আছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক কেনেকৈ উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰি সেই সম্পৰ্কেও আলোচনা চলি আছে বুলিও জনা যায়।

লগতে পঢ়ক: চাণক্য নীতি: এই চাৰিটা দোষ আপোনাৰ নাথাকিলে আপুনি সৌভাগ্যবান, থাকিলে মাতি আনিব ধ্বংস

দিল্লীয়ে বৈঠকৰ কাৰ্যসূচীও প্ৰস্তুত কৰিছে। সেইবোৰ মূলতঃ নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যসূচী। এইবাৰো পি এম গতি শক্তি, উন্নত ভাৰত-২০৪৭, কেন্দ্ৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশৰ পৰিকল্পনাৰ দৰে আলোচনা এজেণ্ডাত আছে। কিন্তু পূৰ্বৰ যোজনা আয়োগ বা বৰ্তমানৰ নীতি আয়োগৰ মূল ধাৰণা আছিল যে ৰাজ্যসমূহকো সমানে মতামত দাঙি ধৰাৰ সুযোগ দিয়া উচিত। সেই প্ৰক্ৰিয়াৰ পৰা নীতি আয়োগে আঁতৰি যোৱাৰ অভিযোগ অবিজেপি ৰাজ্যসমূহৰ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd