• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভ্ৰান্তিকৰ! বিজ্ঞাপনত কেবল সফলতা লাভৰ ছবি; IAS কোচিং চেন্টাৰক ৩ লাখ টকা জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2024 11:41 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে মালুকা আই এ এছ কোচিং ইনষ্টিটিউটক ৩ লাখ টকা জৰিমনা বিহিছে। UPSC Civil Services Exam 2022 ৰ আগেয়ে তেওঁলোকে বিজ্ঞাপন দিছিল। এই প্ৰতিষ্ঠানত পঢ়া-শুনা কৰিলে সফলতা লাভ কৰিবই বুলি তাত উল্লেখ কৰা হৈছিল।

এই বিশেষ পদ্ধতিটো মূলতঃ ছাত্ৰ-ছাত্ৰীসকলক প্ৰলোভিত কৰিবলৈ লোৱা হৈছিল। তাৰ বাবেই সংশ্লিষ্ট নিৰীক্ষণ সংস্থাটোৱে এই বিষয়ে অনুসন্ধান কৰে। তাৰ পিছতে এইদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

প্ৰতিষ্ঠানটোৱে দাবী কৰিছিল যে তেওঁলোকৰ কমেও ১২০ জন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি বিৰাট সফলতা লাভ কৰিছে। এনে বিজ্ঞাপনৰ বাবে ছাত্ৰ-ছাত্ৰী বিপদত পৰিব পাৰে বুলি নিশ্চিত কৰিছে চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে। সেইবাবেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু যাতে দিয়া নহয় তাৰ বাবে সকীয়াই দিয়া হৈছে।

Apply Now

লগতে পঢ়কঃ আজি আকাশত একে শাৰীতে অৱস্থান কৰিব ছটা গ্ৰহ! ক’ৰ পৰা দেখা যাব এই বিৰল মহাজাগতিক দৃশ্য?

গ্ৰাহক সুৰক্ষা আইন ২০১৯ৰ অধীনত জৰিমনা বিহা হৈছে প্ৰতিষ্ঠানটোক। চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ মুখ্য আয়ুক্ত নিধি খাৰেই কয় যে চিচিপিএ-ই জানিব পাৰিছে যে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা বিভিন্ন বিজ্ঞাপন দিয়া হৈছিল। মূলতঃ পাঠ্যক্ৰমটোৰ বিষয়ে এটা বিজ্ঞাপন আছিল যদিও তাত ব্যৱহাৰ কৰা ছবিখনত তেওঁলোকে কেনেধৰণৰ পাঠ্যক্ৰম লৈছে সেই কথা উল্লেখ কৰা হোৱা নাছিল।

ইপিনে, চিচিপিএৰ তৰফৰ পৰা এখন জাননী জাৰি কৰা হৈছিল। সেই জাননীৰ প্ৰতি সঁহাৰি জনাই মালুকা আই এ এছে ১৩৬ গৰাকী সফল প্ৰাৰ্থীৰ নাম উল্লেখ কৰে। কিন্তু দেখা যায় যে তেওঁলোকৰ পৰা মাত্ৰ দুজনেহে ধনৰ বিনিময়ত তেওঁলোকৰ পৰা পাঠ্যক্ৰমৰ সামগ্ৰী ক্ৰয় কৰি অধ্যয়ন কৰিছিল। বাকীসকলে কেৱল বিনামূলীয়া ইন্টাৰভিউ গাইডেন্স পাঠ্যক্ৰমটোহে কৰিছিল। এইটো একেবাৰে বিনামূলীয়া। কোম্পানীটোৱে তেওঁলোকৰ ছবিও ছপা কৰি ব্যৱসায় কৰিছিল। সেয়েহে গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই সফলতাৰ আঁৰৰ প্ৰকৃত কাৰণ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা নাই বুলি গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই জনাইছে। বিজ্ঞাপনত পাঠ্যক্ৰমটোৰ বিষয়ে তথা ছপা কৰা ছবিবোৰে প্ৰকৃত কথাবোৰ বুজাব পৰা নাছিল। এইদৰেই তেওঁলোকে গ্ৰাহকক বিপথে পৰিচালিত কৰে বুলি অভিযোগ উঠিছে।

লগতে পঢ়কঃ নিৰ্বাচন শেষ, আৰম্ভ মূল্যবৃদ্ধিৰ খেল! মাজনিশাৰ পৰাই ৫ শতাংশ টোল টেক্স বৃদ্ধি NHAIৰ

উল্লেখ্য যে বিজ্ঞাপনৰ প্ৰলোভনত পৰিয়েই বহুতে বিভিন্ন পাঠ্যক্ৰম গ্ৰহণ কৰে। বিভিন্ন চাকৰিৰ বাবে পাঠ্যক্ৰম কৰে। অৱশ্যে বিজ্ঞাপনৰ জৰিয়তে এনেধৰণৰ পাঠ্যক্ৰম কৰাৰ বাবে প্ৰলোভন দেখুওৱা হয়। কিন্তু আচলতে ই কিমান কামত আহে সেইটো বুজা নাযায়, বিজ্ঞাপনত প্ৰায়ে সুৰুঙা থাকি যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd