• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধন পুৰস্কাৰ মেলা আঁচনিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১০ দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি আশ্বাস হিমন্তৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 6, 2021 2:06 pm

2 min read

a nirmala
178
VIEWS
Share on FacebookShare on Twitter

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত তৃতীয় কিস্তিত ৩০০০ টকাকৈ প্ৰদান কৰিব চাহ বাগিচাৰ ৮ লাখ চাহ শ্ৰমিকক।

অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পল্লব লোচন দাস সঞ্জয় কিচান আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা।

বন্তি প্ৰজ্বলনৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে নিৰ্মলা সীতাৰমণে।

১০ দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ’ব বুলি আশ্বাস হিমন্তৰ।

আৰ্থ সামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ বাবে বিজেপি চৰকাৰে চাহ বাগিচাত কাম কৰি আহিছে।

বাগানতকৈ ভাল অসমীয়া ক’তো নাই বুলি হিমন্তই উল্লেখ কৰে। পৰেশ বৰুৱাকো তেওঁ  প্ৰত্যাহ্বান জনায়। চাহ বাগিচাৰ লোকৰ কষ্ট-পৰিশ্ৰমৰ বাবেই অসমক সমগ্ৰ বিশ্বই জানে বুলি হিমন্তই তেওঁৰ ভাষণত কয়।

চাহ শ্ৰমিকৰ উন্নয়ন, কল্যাণ আৰু স্ব অভিমানৰ বাবে বিজেপি চৰকাৰে কাম কৰি গৈছে।

বিপদৰ সময়ত বিজেপিয়ে  চাহ শ্ৰমিকৰ সৈতে ঠিয় দিয়া বুলিও হিমন্তই মন্তব্য কৰে ।

বিমুদ্ৰাকৰণৰ সময়ত চাহ শ্ৰমিকৰ বেংক একাউন্ট খোলা হৈছিল। ৭০ বছৰে কংগ্ৰেছে চাহ বাগিচাত বেংক একাউণ্ট খুলিব নোৱাৰিলে। তিনিমাহত ৬,৩৩,৪১১ টা বেংক একাউণ্ট খোলা হৈছিল বুলি তেওঁ কয়।

কেৱল বেংক একাউণ্ট খোলাই নহয়, ধন পুৰস্কাৰ মেলাৰ জৰিয়তে ৭,১৫,৯৭৯ টা একাউণ্টলৈ বৃদ্ধি দুৱাৰত ২৫০০ কৈ টকা দিয়া হৈছিল।

৭,৪৬,৬৬৭ টা একাউন্টত মুঠ ২২৪ কোটি টকা এইবাৰ জমা কৰা হ’ব। প্ৰত্যেককে ৩০০০ টকাকৈ দিয়া হৈছিল।

নিৰ্মলা সীতাৰমণে দিয়া নিৰ্দেশ অনুসৰি সকলো চাহ বাগিচাৰ শ্ৰমিকৰ একাউন্টত ধনসমূহ সুমোৱাই দিয়া হৈছিল।

অৰুণোদয় আঁচনিৰ দৰে প্ৰত্যেক মাহত চাহ শ্ৰমিকৰ বেংক একাউন্টত ধন ভৰাই দিয়া হ’ব  যাতে শ্ৰমিকে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব পাৰে বুলি তেওঁ মন্তব্য কৰে।

প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলাক ১২০০০ টকাকৈ দিয়া হৈছে। মুঠ ৪৭ হাজাৰ গৰ্ভৱতী মহিলাক এই ধন দিয়া হৈছে।

২ বছৰৰ ভিতৰত গাঁৱৰ ৰাস্তাৰ দৰে চাহ বাগিচাৰ প্ৰতিটো ৰাস্তা পকী কৰা হ’ব।

১১৯ খন বাগিচাত বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ১ মে ৰ পৰা আৰম্ভ হ’ব বিদ্যালয় সমূহ।

স্কুললৈ গ’লে ছাত্ৰ ছাত্ৰীয়ে গৰম গৰম ভাত খাব পাৰিব বুলিও হিমন্তই কয়।।

চাহ বাগিচালৈ ১০০০ কোটিৰ পেকেজ ঘোষণা কৰাৰ বাবে নিৰ্মলা সীতাৰমণক তেওঁ  ধন্যবাদ জনায়।

পৰৱৰ্তী সময়ত ধন পুৰস্কাৰ মেলাৰ ধন বৃদ্ধিৰ আশ্বাসো দিয়ে  হিমন্ত বিশ্ব শৰ্মাই।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd