• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ জানুৱাৰিত প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কেন্দ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 4:53 pm

1 min read

২৬ জানুৱাৰিত প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কেন্দ্ৰৰ
127
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ চৰকাৰে গণৰাজ্য দিৱসৰ দিনাখন কৃষকৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে এমাহতকৈ অধিক সময় আন্দোলন অব্যাহত ৰখা কৃষক সকলে এই আইন বাতিল নকৰিলে ২৬ জানুৱাৰিত ট্ৰেক্টৰ ৰেলী উলিওৱাৰ কথা ঘোষণা কৰিছিল।

পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা হাজাৰ হাজাৰ কৃষকে এই ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰাৰ কথা আছিল।

কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক ২৬ জানুৱাৰিত কৃষক সকলৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে আবেদন কৰিছে।

আনহাতে, মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী সীমান্তত চলি থকা কৃষক আন্দোলনৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে পৰিৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিতৰ্কিত কৃষি আইনত স্থগিতাদেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে আইনখনত থকা বিবাদমান বিষয় সমূহৰ সমাধান উলিওৱাৰ বাবে এখন উচ্চস্তৰীয় সমিতিয়ো গঠন কৰি দিছে।

এই সমিতিখনে কৃষি আইনত থকা বিবাদমান বিষয় সমূহ প্ৰতিবাদী কৃষক সকলৰ সৈতে আলোচনা কৰিব।

 

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd