• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰ্ভপাতৰ উৰ্দ্ধসীমা ২৪ সপ্তাহলৈ বৃদ্ধিৰ বাবে কেন্দ্ৰ চৰকাৰৰ প্ৰস্তুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2020 7:21 pm
pregnancy image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.6k
VIEWS
Share on FacebookShare on Twitter

গৰ্ভপাতৰ উৰ্দ্ধসীমা বৃদ্ধি কৰি ২০ সপ্তাহৰ পৰিৱৰ্তে ২৪ সপ্তাহ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আহিবলগীয়া বাজেট অধিবেশনতে এই সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ’ব বুলি বুধবাৰে সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা মহিলাসকলে গৰ্ভপাতৰ সময়সীমা বৃদ্ধিৰ বাবে দাবী জনাই আহিছিল।

মহিলা সকলৰ উপৰিও চিকিৎসা বিশেষজ্ঞসকলেও এই উৰ্দ্ধসীমা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছিল।

মহিলা সকলৰ দাবী আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শৰ পাছতে কেন্দ্ৰই নতুন বিধেয়ক প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।

অবৈধ গৰ্ভপাত আৰু প্ৰসূতিৰ মৃত্যুৰ ঘটনা হ্ৰাস কৰাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমান গৰ্ভপাতৰ উৰ্দ্ধতম সীমা হৈছে ২০ বছৰ কেন্দ্ৰ চৰকাৰে নতুনকৈ আনিবলগীয়া বিধেয়কখন গৃহীত হ’লে গৰ্ভপাতৰ নতুন উৰ্দ্ধসীমা হ’ব ২৪ বছৰ।

গৰ্ভপাতৰ উৰ্দ্ধতম সীমা বৃদ্ধি কৰাৰ দাবীৰে পূৰ্বেও উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল। সেই আবেদনত গৰ্ভপাতৰ উৰ্দ্ধতম সীমা ২৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ বাবে অনুৰোধ কৰা হৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd