• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণ আছিল বিজেপিৰ এটা বৃহৎ ফাঁকি! : কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰত ওলাল গোমৰ ফাঁক

কোন সঁচা কোন মিছা? সোণোৱালৰ দাবীৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীৰ অন্য উত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 8, 2021 8:24 pm
index.jpgkk
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ খনন হ’ব তথা দুয়োপাৰে নিৰ্মাণ হ’ব এক্সপ্ৰেছ হাইৱে। ভাবিলেই ভাললগা দুটাকৈ বিষয়। কিন্তু সেয়া যেন আছিল বিজেপি চৰকাৰৰ এক বৃহৎ ফাঁকি।

ব্ৰহ্মপুত্ৰ খনন তথা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিম বুলি শাসনৰ গাদী দখলৰ পূৰ্বে তথা পাছতো বহুবাৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য আৰু কেন্দ্ৰৰ শাসনাধীন বিজেপি চৰকাৰে।

Apply Now

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ ৰাজ্যসভাত দিয়া উত্তৰত ওলাল ইয়াৰ গোমৰ ফাঁক।

ৰাজ্যসভাৰ সাংসদ অজিত ভুঞাৰ দুটা প্ৰশ্ন ক্ৰমে ব্ৰহ্মপুত্ৰ খনৰৰ বাবে তথা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে কি প্ৰস্তাৱ লৈছিল কেন্দ্ৰীয় চৰকাৰে।

তাৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে কয় ‘জাহাজ চলাচল কৰিবৰ বাবে ব্ৰহ্মপুত্ৰৰ নিয়মীয়া চাফাই কাম হৈ থাকে। কিন্তু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে হাইৱে নিৰ্মাণৰ কোনোধৰণৰ প্ৰস্তাৱেই তেওঁলোকে এতিয়ালৈকে লোৱা নাই।‘

এইখন চৰকাৰ ভুৱা প্ৰচাৰ বা প্ৰতিশ্ৰুতিৰ ওপৰত চলি আহিছে বুলি অজিত ভুঞাই কটাক্ষ কৰে।

উল্লেখযোগ্য যে, ২০১৭ চনৰ ২৩ জানুৱাৰীত সৰ্বানন্দ সোণোৱালে এই দুটা ঘোষণা কৰিছিল। তেতিয়াই গৱেষকসকলে এইক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছিল যে এয়া কেনেদৰে সম্ভৱ হৈ উঠিব? তাৰ পাছতো চৰকাৰে বাৰম্বাৰ এয়া সম্ভৱ হৈ উঠিব বুলি ঘোষণা কৰিছিল।

ইপিনে, এই গোমৰ ফাঁক ওলাই পৰাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত একপ্ৰকাৰ দায়সাৰ মন্তব্য কৰে।

তেওঁ কয় ‘নমামি ব্ৰহ্মপুত্ৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজে এক্সপ্ৰেছ হাইৱেৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত জলসম্পদ বিভাগৰ তৰফৰ পৰা ১৬ টা এক্সপাৰ্ট টীম লৈ চাৰ্ভে কৰি সেই সমীক্ষা কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিলো বুলি সকলোৱে জানে।‘

আগন্তুক সময়ত ব্ৰহ্মপুত্ৰ খনন কৰাৰ পৰিকল্পনা আছে বুলি তেওঁ সদৰী কৰি লগতে কয় যে ইতিমধ্যে বৰাক নদী খননৰ জৰিয়তে তিনিখন দাঁতিকাষৰীয়া জিলাৰ বান-গৰাখহনীয়াৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইপিনে, ব্ৰহ্মপুত্ৰ খনন বা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনোধৰণৰ প্ৰস্তাৱ এতিয়ালৈকে লোৱা নাই বুলি গাডকাৰীয়ে দিয়া উত্তৰত ওলাই পৰিছে প্ৰকৃত ‘গোমৰ ফাঁক’।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd