• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতৰ সাৰ্বভৌমত্বৰ বাবে বিপজ্জনক’, আলফাৰ ওপৰত নিষেধাজ্ঞা ৫ বছৰলৈ বৃদ্ধি কৰিলে কেন্দ্ৰই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 26, 2024 8:28 am
আলফাৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

আলফাৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সোমবাৰে কেন্দ্ৰই গ্ৰহণ কৰে এই পদক্ষেপ।

এই পৰিপ্ৰেক্ষিতত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনা প্ৰকাশ কৰিছে। সেই অনুসৰি এই গোটটোৱে এতিয়াও অসমত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে ধন দাবীৰ নামত হাৰাশাস্তি আৰু হিংসা বিয়পোৱাৰ অভিযোগো উত্থাপন হৈছে। দৰাচলতে এই উগ্ৰপন্থী গোটটোৱে এতিয়াও আন বিচ্ছিন্নতাবাদী গোটৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে।

Apply Now

উল্লেখ্য যে ১৯৯০ চনত আলফাৰ ওপৰত প্ৰথম নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছিল। তাৰ পিছৰে পৰা বাৰে বাৰে এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে। শেষবাৰৰ বাবে ২০১৯ চনৰ ২৭ নৱেম্বৰত এই নিষেধাজ্ঞা বলবৎ কৰা হৈছিল। ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন অনুসৰি আলফাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অধিসূচনা অনুসৰি আলফাৰ সকলো শাখা আৰু ফ্ৰণ্ট সংগঠনক সামূহিকভাৱে বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ সৈতে জড়িত কৰা হৈছে, যিবোৰ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে বিপজ্জনক।

অধিসূচনাত লগতে কোৱা হৈছে যে, ‘আলফাই ইতিমধ্যে নিজৰ লক্ষ্য ঘোষণা কৰিছে। অৰ্থাৎ – ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰা। এতিয়াও মানুহক ভয় দেখুৱাই, ধন দাবী আৰু হিংসা বিয়পাই নিজৰ সংগঠন চলাই আছে….’

‘…এই সংগঠনটোৱে অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰাখিছে। ১৬টা অপৰাধমূলক গোচৰত তেওঁলোক জড়িত বুলি খবৰ পোৱা গৈছে। যাৰ ভিতৰত আছে একাধিক বিস্ফোৰণ আৰু বিস্ফোৰণৰ চেষ্টাৰ দৰে ঘটনা। ২০১৯ চনৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১ জুলাইলৈকে অসমত এই ঘটনা সংঘটিত কৰিছে। আনকি ২০২৪ চনত স্বাধীনতা দিৱসৰ দিনাও অসমৰ কেইবাটাও স্থানত আই ই ডি আৰু বিস্ফোৰক সামগ্ৰী স্থাপন কৰিছিল।’

গৃহ মন্ত্ৰালয়ৰ অধিসূচনাত বিগত পাঁচ বছৰত আলফাৰ তিনিজন উগ্ৰপন্থী সদস্যক নিহত কৰা হৈছে বুলিও অৱগত কৰা হৈছে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত হয় তেওঁলোক। আলফাৰ সদস্যৰ বিৰুদ্ধে ১৫টা গোচৰ ৰুজু হৈছে। ইয়াৰে তিনিটা গোচৰত চাৰ্জ শ্বীট দিয়া হৈছে। আৰু তিনিজন সদস্যক আদালতত হাজিৰ কৰা হৈছে।

ইয়াৰ উপৰিও আলফা আন ২৭টা অপৰাধমূলক গোচৰৰ সৈতে জড়িত বুলি গৃহ মন্ত্ৰালয়ৰ অধিসূচনাত প্ৰকাশ পাইছে। ইয়াত উল্লেখ কৰা হৈছে যে আলফাৰ ৫৬ জন কেডাৰ গ্ৰেপ্তাৰ হোৱাৰ লগতে ৬৩ জন কেডাৰে আত্মসমৰ্পণ কৰিছে।

তদুপৰি, আলফা সদস্যৰ জিম্মাৰ পৰা ২৭ টা আগ্নেয়াস্ত্ৰ, ৫৫০ ৰাউণ্ড কাৰ্টিজ, ৯ টা গ্ৰেনেড আৰু দুটা আই ই ডি উদ্ধাৰ কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd