• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ সৈতে সংঘাতৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দিলে ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ পথ নিৰ্মাণত অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 2:08 pm
Untitled-2020-07-14T114842.070

প্ৰতিনিধিত্বমূলক ফটো।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু চীনৰ মাজত সংঘাত চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নৈৰ তলত ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন দিছে।

দেশৰ প্ৰথমটো এই নদীৰ তলেৰে নিৰ্মাণ হ’বলগীয়া পথ পৰিবহন সুৰংগ পূব চীনৰ তাইহু হ্ৰদৰ তলেৰে নিৰ্মাণ কৰি থকা পথ পৰিবহনৰ সুৰংগতকৈ অধিক দীঘল হ’ব।

Apply Now

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া এই সুৰংগ অসম-অৰুণাচল প্ৰদেশৰ মাজত গোটেই বছৰ যোগাযোগ অব্যাহত ৰখাৰ দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অহা-যোৱাৰ বাবে দুটা সুকীয়া টিউব যুক্ত এই সুৰংগেৰে সেনাৰ বাহন, খাদ্য-সামগ্ৰী কঢ়িওৱা বাহন ৮০ কিলোমিটাৰ গতিৰে লক্ষ্যত উপনীত হ’ব পাৰিব।

হিন্দুস্তানত প্ৰকাশিত বাতিৰ অনুসৰি, চৰকাৰে অসমৰ গহপুৰ (৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ)ৰ পৰা নুমলীগড়(৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ)ক সংযোগিত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে চাৰিলেনযুক্ত পথ পৰিবহন সুৰংগ নিৰ্মাণৰ পৰিকল্পনাত ক্ষিপ্ৰতাৰে কাম কৰি আছে।

বাতৰি অনুসৰি, পথ পৰিবহন তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ অধীনৰ এনএছএআইডিচিএলে আমেৰিকাৰ কোম্পানী লুইছ বাৰ্জাৰৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰি-ফিজিবিলিটি ৰিপ’ৰ্ট তথা ডিপিআৰত আনুষ্ঠানিক অনুমোদন জনাইছে।

বাতৰিত মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ সূত্ৰৰ উল্লেখেৰে কোৱা হৈছে যে এলানমেন্টকে ধৰি প্ৰায় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ডিচেম্বৰত সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

তিনিটা পৰ্যায়ত নিৰ্মাণ হ’বলগীয়া এই পথ পৰিবহন সুৰংগটো মুঠ ১৪.৮৫কিলোমিটাৰ দৈৰ্ঘৰ হ’ব। আনহাতে পূব চীনৰ তাইহু হ্ৰদৰ তলত নিৰ্মাণৰত পথ পৰিবহন সুৰংগটোৰ দৈৰ্ঘ্য হৈছে ১০.৭৯ কিলোমিটাৰ।

এই সুৰংগ পথটোৰ ভিতৰত পানী সোমাব নোৱাৰাকৈ কেইবাটাও সুৰক্ষা চক্ৰ থাকিব। তদুপৰি, সুৰংগটোত সজীৱ বতাহ প্ৰবহনৰ বাবে ভেন্টিলেশ্যন চিষ্টেম, ফায়াৰ ফাইটিং, ৰেলিংযুক্ত ফুটপাথ, নলাৰ ব্যৱস্থা, জৰুৰীকালীন প্ৰস্থানৰ ব্যৱস্থা আদিও থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd