• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 10:35 am
বাংগালুৰুত অবৈধ বাংলাদেশী নাগৰিকৰ বসতি। ফাইল ফটো।

বাংগালুৰুত অবৈধ বাংলাদেশী নাগৰিকৰ বসতি। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ভাৰতত বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানক পশ্চিম বংগৰ বাংলাদেশ সীমান্তৰে দেশখনত প্ৰৱেশ কৰা আৰু সমগ্ৰ দেশজুৰি বসতি স্থাপন কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ ওপৰত উপযুক্ত ব্যৱস্থা ল’বলৈ কোৱা হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে এই বাতৰি প্ৰকাশ কৰিছে দ্য হিন্দুৱে।

বিদেশী নাগৰিকসকলক ভুৱা ঠিকনা, পৰিচয় আদিৰ সহায়ত মূল নথিপত্ৰ প্ৰাপ্ত কৰাত সহায় কৰি প্ৰৱেশৰ সুবিধা কৰি দিয়া পশ্চিম বংগৰ স্থানীয় লোক আৰু এজেণ্টৰ এক সু-সম্পৰ্কিত নেটৱৰ্কৰ বিষয়ে নিৰাপত্তা সংস্থাসমূহক অৱগত কৰা হৈছিল।

লগতে পঢ়ক: সাজু জুকাৰবাৰ্গ! টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই!

Apply Now

প্ৰথমতে আধাৰ কাৰ্ড প্ৰাপ্ত কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলে কাম বিচাৰি দেশৰ বিভিন্ন প্ৰান্তলৈ স্থানান্তৰিত হৈছিল আৰু তাত বসতি স্থাপন কৰিছিল। সূত্ৰটোৱে কয় যে কিছুমানে ঠিকনা বা পৰিচয়ৰ আন প্ৰমাণ যেনে বেংক পাছবুক, ভোটাৰ পৰিচয় পত্ৰ আৰু পেন কাৰ্ড লাভ কৰিবলৈও সক্ষম হৈছিল।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উদ্ধৃতি দি দ্য হিন্দুত কোৱা হৈছে, “এই নথিপত্ৰবোৰে তেওঁলোকক এটা নিৰ্দিষ্ট ঠিকনাত এটা ভুৱা পৰিচয় প্ৰতিষ্ঠা কৰাত আৰু নিযুক্তি লাভত সহায় কৰে। বহুতে বিদেশ ভ্ৰমণৰ বাবে পাছপোৰ্ট পাবলৈ সেইবোৰ ব্যৱহাৰ কৰি আছে। যিহেতু পাছপোৰ্টকে ধৰি নথিপত্ৰসমূহ সংশ্লিষ্ট উপযুক্ত কৰ্তৃপক্ষই জাৰী কৰে, সেয়ে অভিযুক্ত ব্যক্তিসকলে সন্দেহ বা ধৰা নপৰাকৈ ভ্ৰমণ কৰে।”

লগতে পঢ়ক: বাংলাদেশৰ গাঁৱত বিহু, বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে

কেন্দ্ৰৰ সতৰ্কবাণীত কোৱা হৈছে যে পশ্চিম বংগৰ কিছুমান স্থানীয় লোকে মাচুলৰ বিনিময়ত প্ৰৱঞ্চনাৰে ভাৰতীয় পৰিচয় নথিপত্ৰ, বিশেষকৈ আধাৰ কাৰ্ড প্ৰদানত সহায় কৰি দিয়াৰ এজেণ্ট হিচাপে কাম কৰি আছে।

ভাৰতীয় নাগৰিক হিচাপে আত্মপ্ৰকাশ কৰা বিদেশীসকলে সমগ্ৰ ভাৰতত বিভিন্ন উদ্দেশ্যৰ বাবে নথিপত্ৰসমূহ ব্যৱহাৰ কৰি আছে। বিষয়াজনে সতৰ্ক বাৰ্তাৰ উদ্ধৃতি দি লগতে কয় যে অভিযুক্ত বিদেশী নাগৰিকসকল তামিলনাডু, কেৰালা আৰু কৰ্ণাটককে ধৰি কেইবাখনো ৰাজ্যত বসতি স্থাপন কৰিছে।

লগতে পঢ়ক: ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ: আৰক্ষীয়ে ধ্বংস কৰিলে মাওবাদী নিৰ্মিত সুৰংগ

কেন্দ্ৰীয় চৰকাৰে এই সতৰ্কবাণী জাৰি কৰাৰ কেইদিনমান পিছতে গৃহ মন্ত্ৰালয়ে গুজৰাটৰ মেহছানা আৰু আনন্দ অঞ্চলৰ জিলা উপায়ুক্তসকলক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈন সম্প্ৰদায়ৰ সদস্যক নাগৰিকত্বৰ প্ৰমাণপত্ৰ দিয়াৰ ক্ষমতা প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd