• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ গাঁৱত বিহু, বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 7:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱেম্বৰৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ দুখন গাঁৱত অসমৰ ১৫ জনীয়া সাংস্কৃতিক দলে বিহু আৰু বাগৰুম্বা প্ৰদৰ্শন কৰিব। দেওবাৰে চৰকাৰী সূত্ৰই এই কথা জানিবলৈ দিয়ে।

অসম আৰু বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে ইয়াৰ সদিচ্ছামূলক অভিযানৰ অংশ হিচাপে সাংস্কৃতিক দলটোৰ সৈতে অসম বিধান সভাৰ সদস্যসকলৰ এটা দলো যাব।

অসম বিধান সভাৰ এজন বিষয়াই কয় যে শিল্পীসকলৰ দলটোৱে সাংস্কৃতিক বিনিময় কাৰ্যসূচীত বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ ৰঙামাটিত এক অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰিব। দলটোৱে গাওঁখনৰ বাসিন্দাসকলৰ সৈতেও বাৰ্তালাপ কৰিব, য’ত অসমীয়া ভাষী লোকৰ আধিপত্য আছে।

Apply Now

লগতে পঢ়ক: ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ: আৰক্ষীয়ে ধ্বংস কৰিলে মাওবাদী নিৰ্মিত সুৰংগ

দলটোৱে চিটাগং পাহাৰীয়া অঞ্চলত অৱস্থিত বাংলাদেশৰ বড়ো অধ্যুষিত গাওঁ খাগ্ৰাচাৰীত অনুষ্ঠিত হ’বলগীয়া আন এক অনুষ্ঠানত বাগৰুম্বা নৃত্যও প্ৰদৰ্শন কৰিব।

অসম বিধান সভাৰ ৩৫ জন বিধায়কৰ সৈতে সাংস্কৃতিক দলটো ১৮ নৱেম্বৰত বাংলাদেশলৈ ৰাওনা হ’ব আৰু ২৩ নৱেম্বৰত উভতি আহিব।

প্ৰতিনিধি দলটোৰ আন কেইজনমান সদস্য হৈছে- ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী, বসন্ত দাস, কামলাক্ষ্য দে পুৰকায়স্থ, ৰেকিবুদ্দিন আহমেদ, আব্দুৰ ৰছিদ মাণ্ডল, দিগন্ত বৰ্মন, আফতাব উদ্দিন মোল্লা, শিবামনি বৰা, তেৰাছ গোৱালা, জয়ন্ত বসুমতাৰী, লৰেন্স ইছলাৰী, উৎপল বৰা, ৰূপক শৰ্মা, সুমন হৰিপ্ৰিয়া, সুৰেন ফুকন, জলেন দৈমাৰী, ৰূপেশ গোৱালা, মনোৰঞ্জন তালুকদাৰ, নিজামুদ্দিন চৌধুৰী, ৰফিকুল ইছলাম, আমিনুল ইছলাম, কৰিম উদ্দিন লস্কৰ বৰভূঞা আৰু চুজান উদ্দিন লস্কৰ।

লগতে পঢ়ক: খেতিপথাৰত সন্ত্ৰাস বনৰীয়া গাহৰিৰ: গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই, ছয়গৰাকী আহত

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে ২০ নৱেম্বৰৰ সন্ধিয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰাৰ কথা আছে। প্ৰতিনিধি দলটোৱে একেদিনাই বাংলাদেশৰ আন কেইজনমান মন্ত্ৰীকো সাক্ষাৎ কৰিব।

এই ভ্ৰমণকালত অসমৰ বিধায়কসকলে বাংলাদেশৰ সংসদৰ অধ্যক্ষ ছিৰিন শৰ্মিন চৌধুৰীক সাক্ষাৎ কৰিব।

লগতে পঢ়ক: তাঞ্জানিয়াৰ ভয়াৱহ বিমান দুৰ্ঘটনা: নিহতৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি, অব্যাহত উদ্ধাৰ অভিযান

প্ৰতিনিধি দলটো ১৫ নৱেম্বৰত আগৰতলালৈ ৰাওনা হ’ব আৰু আগৰতলাত নিশা কটোৱাৰ পিছত তেওঁলোকে পথৰে ঢাকালৈ যাত্ৰা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd