• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিশেষ অধিৱেশনৰ উদ্দেশ্য কি! কেন্দ্ৰই প্ৰকাশ কৰিলে আলোচনাৰ বিষয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2023 1:30 pm
Parliament special session
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন। পাঁচদিনীয়া এই বিশেষ অধিৱেশনত কি বিষয়ৰ আলোচনা হ’ব, সেই লৈ ব্যাপক জল্পনা-কল্পনা। কেন্দ্ৰই আহ্বান জনোৱা এই বিশেষ অধিৱেশনৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল বিৰোধীয়ে।

এই সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কালি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে অধিৱেশনত আলোচিত হ’বলগীয়া বিষয়ৰ সবিশেষ। কেন্দ্ৰৰ তথ্য অনুসৰি, এই অধিৱেশনত সংসদৰ ৭৫ বছৰীয়া ইতিহাস সন্দৰ্ভত আলোচনা কৰা হ’ব।

Apply Now

লগতে মুখ্য নিৰ্বাচন আয়ুক্ত তথা আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বিধেয়ককে ধৰি আন চাৰিখন বিধেয়কো এবিশেষ অধিৱেশনত সংসদত উত্থাপন কৰিব বুলি চৰকাৰে সদৰী কৰিছে।

লোকসভা সচিবালয়ৰ বুলেটিনত উল্লেখ কৰা মতে, ১৮ ছেপ্টেম্বৰত ‘সংবিধান সভাৰ পৰা আৰম্ভ কৰি ৭৫ বছৰীয়া সংসদীয় যাত্ৰা, কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ’ শীৰ্ষক আলোচনা অনুষ্ঠিত হ’ব।

লগতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ডাক বিধেয়ক, অধিবক্তা (সংশোধনী) বিধেয়ক, আৰু সাময়িকী প্ৰেছ আৰু পঞ্জীয়ন বিধেয়ক আদি অন্তৰ্ভুক্ত হ’ব।

উল্লেখ্য যে, কেন্দ্ৰই বিশেষ অধিৱেশনত দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰূপেই স্বীকৃতি দিয়াৰ বাবে বিশেষ অধিৱেশনত পদক্ষেপ ল’ব বুলি ব্যাপক চৰ্চা চলিছিল। বিশেষকৈ G20 ত দেশৰ নাম কেৱল ‘ভাৰত’ বুলিয়েই ব্যৱহাৰ কৰাৰ পিছত এই বিষয়ে অধিক চৰ্চিত হৈছিল।

লগতে, চৰকাৰে ‘এক দেশ, এক নিৰ্বাচন’, ইউনিফৰ্ম চিভিল কোড (UCC) আৰু মহিলা সংৰক্ষণ প্ৰৱৰ্তনৰ বাবে বিশেষ অধিৱেশনতে বিধেয়ক আনিব পাৰে বুলিও জল্পনা-কল্পনা চলিছিল। এনে অৱস্থাত চৰকাৰক বিশেষ অধিৱেশনৰ উদ্দেশ্য সদৰী কৰিবলৈ দাবী জনাই আহিছিল বিৰোধীয়ে।

তাৰ মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক পত্ৰ যোগে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু মল্লযুঁজাৰুসকলৰ প্ৰতিবাদকে ধৰি ৯টা সম্ভাৱ্য আলোচনাৰ বিষয়ৰ ৰূপৰেখা দাঙি ধৰিছিল।

অৱশ্যে চৰকাৰে আলোচিত হ’বলগীয়া বিষয়ৰ কথা সদৰী কৰিলেও বিশেষ অধিৱেশনৰ কাৰ্যসূচী প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। উত্তম সংসদীয় পদ্ধতিৰ অধীনত বিশেষ অধিৱেশনৰ কাৰ্যসূচী প্ৰকাশৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰে চৰকাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd