• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৎসৱৰ বতৰত চৰকাৰী কৰ্মচাৰীলৈ সুখৱৰ; ১০,০০০টকাৰ অগ্ৰিম ভাট্টা ঘোষণা কেন্দ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 12, 2020 3:05 pm

1 min read

images

প্ৰতিনিধিত্বমূলক ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ বতৰত চৰকাৰী কৰ্মচাৰীসকললৈ অগ্ৰিম ভাট্টাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

এই ঘোষণা অনুসৰি সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ এককালীন ১০,০০০টকা আগবঢ়োৱা হ’ব।

সোমবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত অগ্ৰিম উৎসৱ ভাট্টাৰ দৰে সকলো ভাট্টা উঠাই দিয়া হৈছিল।

কিন্তু কৰ’না মহামাৰীৰ ফলত বিধ্বস্ত হৈ পৰা অৰ্থনীতিত ক্ৰেতাৰ চাহিদা বৃদ্ধিৰ বাবে এইবাৰ অগ্ৰিম ভাট্টা আগবঢ়োৱা হৈছে। অৱশ্যে, এই অগ্ৰিম ধন এবাৰহে লাভ কৰিব।

অগ্ৰিম ভাট্টাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’লঃ

ক) ১০,০০০টকা দিয়া হ’ব আৰু ইয়াত কোনো সুত দিব নালাগে। সৰ্বাধিক ১০টা কিস্তিত এই ধন তুলিব পাৰিব।

খ) প্ৰিপেইড ৰুপে কাৰ্ড হিচাপে এই ধন দিয়া হ’ব। কিন্তু এই কাৰ্ডৰ জৰিয়তে এটিএমৰ পৰা টকা উলিয়াব পৰা নাযাব।

গ) অহা বছৰ ৩১মাৰ্চৰ ভিতৰত  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই ধন খৰচৰ সুযোগ পাব। তদুপৰি, ২০২১চনৰ ৩১মাৰ্চৰ ভিতৰত যিকোনো উৎসৱৰ বাবে কৰ্মচাৰীসকলে খৰচ কৰিবলৈ এই সুবিধা লাভ কৰিব।

ঘ) গেজেটেড আৰু নন গেজেটেড সকলো চৰকাৰী কৰ্মচাৰীকে এই অগ্ৰিম ভাট্টা দিয়া হ’ব।

ঙ) এইক্ষেত্ৰত বেংকৰ চাৰ্জো কেন্দ্ৰই বহন কৰিব।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd