• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩০ বছৰ পুৰণি চৰকাৰী কৰ্মচাৰীৰ পাৰদৰ্শিতা পৰ্যালোচনা, প্ৰয়োজনত অৱসৰ দিয়াৰ নিৰ্দেশনা কেন্দ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 31, 2020 7:08 am

2 min read

govt-employees-1587372792

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

501
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতিগ্ৰস্ত তথা পাৰদৰ্শিতাহীন কৰ্মচাৰীসকলক চিনাক্ত কৰি সকলো বিভাগৰে ৩০বছৰৰ অধিক চাকৰিকাল সম্পূৰ্ণ কৰা কৰ্মচাৰীসকলৰ চাৰ্ভিছ ৰেকৰ্ড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে।

১৯৭২চনৰ কেন্দ্ৰীয় অসামৰিক সেৱা (পেঞ্চন) নিয়মাৱলীৰ অধীনৰ নিয়ম ৪৮(১) (বি) আৰু নিয়মাৱলী ৫৬(জে) তথা ৫৬(আই) অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পাৰদৰ্শিতাৰ পৰ্যালোচনা কৰা হয়।

এই নিয়মৰ ভিত্তিত কৰ্তৃপক্ষই যিকোনো চৰকাৰী কৰ্মচাৰীক যিকোনো সময়তে ৰাজহুৱা স্বাৰ্থত বাধ্যতামূলক অৱসৰ দিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে কোনো চৰকাৰী কৰ্মচাৰীৰ বয়স ৫০ৰ পৰা ৫৫বছৰ হ’লে তথা ৩০ বছৰ চাকৰি সম্পূৰ্ণ হ’লে জনস্বাৰ্থৰ খাতিৰত তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই চৰকাৰে অৱসৰ লোৱাৰ নিৰ্দেশ দিব পাৰে।

নিয়ম ৫৬(আই) অনুসৰি গ্ৰুপ চি’ৰ অধীনৰ কৰ্মচাৰী বা পেঞ্চন নিয়মাৱলীৰ অধীনত নপৰা যিসকল কৰ্মচাৰীৰ ৩০ বছৰ চাকৰিকাল সম্পূৰ্ণ হৈছে তেওঁলোকক কৰ্তৃপক্ষই অৱসৰৰ নিৰ্দেশ দিব পাৰে।

ইয়াৰ বাবে উক্ত কৰ্মচাৰীক তিনিমাহ পূৰ্বে জাননী দিব লাগিব নাইবা তিনিমাহৰ দৰমহা তথা পাবলগীয়া ভাট্টা আদি দিব লাগিব।

নিৰ্দেশনাত লগতে কোৱা হৈছে যে এইক্ষেত্ৰত উক্ত কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পাছত নিয়মানুসাৰে পেঞ্চন লাভ কৰিব।

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনৰ সকলো বিভাগকে পৰ্যালোচনাৰ বাবে ৰেজিষ্টাৰ প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ বাবে কৰ্মচাৰীসকলৰ পাৰদৰ্শিতা পৰ্যালোচনা কৰাৰ বাবে বিশেষ পৰ্যালোচনা সমিতিও গঠন কৰা হ’ব বুলি কোৱা হৈছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd