• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 3:07 pm
a rajya-sabha

ফাইল ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

দেশত সৰ্বনাশী ৰূপ গ্ৰহণ কৰা মূল্যবৃদ্ধিৰ প্ৰসংগ আজি ৰাজ্যসভাৰ মজিয়াত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল।য

ইয়াৰ বিপৰীতে বছৰৰ পিছত বছৰ ধৰি সংসদত গৃহীত নোহোৱা মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টোকলৈয়েই সামৰি থোৱা হয় ৰাজ্যসভাৰ কাম-কাজ।

বহু দিন ধৰি তল পৰি থকা বিষয় এটাই যেন আজি পুনৰ সংসদৰ মজিয়াত সাৰ পাই উঠিল। আজি ভাৰতকে ধৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰি থকা হৈছে আন্তৰ্জাতিক নাৰী দিৱস।

নাৰী দিৱসৰ এই দিনটোতে আজি ৰাজ্যসভাত একাংশ মহিলা সাংসদে পুনৰ লোকসভা আৰু ৰাজ্যিক বিধানসভা সমূহত নাৰীৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰে।

সাংসদ ছায়া বাৰ্মা,প্ৰিয়ংকা চতুৰ্বেদী,ফাউজিয়া খান আদিয়ে আজি পুনৰ সংসদৰ মজিয়াত নাৰীৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰি কয় যে ৰাজনৈতিক ক্ষেত্ৰ খনত অধিক সংখ্যক মহিলাৰ অংশগ্ৰহণে মহিলাসকলৰ সমস্যা সমাধানত সহায় কৰিব।

দেশত মহিলাৰ বাবে নিৰ্বাচনত ৩০ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও কোনো এটা ৰাজনৈতিক দলেই সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা নাই।

বিজেপিৰ সাংসদ সৰোজ পাণ্ডেই কয় যে চৰকাৰে বেটি বাচাও বেটি পঢ়াও শ্ল’গান কাৰ্যকৰী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও আজিও দেশত মহিলাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটা নাই।

কংগ্ৰেছৰ সাংসদ এমি য়াগনিকে কয় যে দেশৰ পঞ্চায়তত মহিলাৰ অংশগ্ৰহণৰ বাট মুকলি কৰি দিছিল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

সেই ধাৰা আজিও অব্যাহত থকা বুলি তেওঁ দাবী কৰে।উল্লেখ্য লোকসভাত এতিয়াও মহিলাৰ বাবে সংৰক্ষণৰ বিধেয়ক খন গৃহীত নোহোৱাকৈয়ে আছে।

ইপিনে আজি ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খৰ্গেই দেশত হৈ থকা অত্eযৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্যবৃদ্ধি প্ৰসংগ উত্থাপন কৰিবলৈ বিচাৰে যদিও ৰাজ্যসভাৰ উপাধ্যক্ষ এম ভেকয়া নাইডুৱে অনুমতি নিদিলে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd