• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কেনে গুণৰ অধিকাৰী হ’ব লাগে ঘৰৰ মুৰব্বী: চাণক্যই দিছে উপদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2023 6:58 am
Chanakya Niti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন ঘৰৰ উন্নতি ঘৰখনৰ মূৰব্বীগৰাকীৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। ঘৰৰ মুৰব্বীগৰাকী বুদ্ধিমান হ’লে প্ৰতিটো পৰিস্থিতিত পৰিয়ালটোক সুৰক্ষিত কৰি ৰাখিব পাৰে। সেইবাবেই ঘৰৰ মুৰব্বীগৰাকীৰ কিছুমান গুণ থাকিব লাগে বুলি আৰ্চায চাণক্যই উল্লেখ কৰিছে।

ভাৰতীয় সমাজ জীৱনত আচাৰ্য চাণক্যই এক বিশেষ স্থান দখল কৰি আহিছে। চাণক্যৰ ধ্যান-ধাৰণা তথা তেওঁৰ পৰামৰ্শ ভাৰতীয় সমাজত বৰ্তমানপৰ্যন্ত প্ৰাসংগিক হৈ আছে। তেওঁৰ এই চিন্তা-চৰ্চাৰে পৰিচালিত হৈ যিকোনো ব্যক্তিয়ে নিজ জীৱনক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে।

Apply Now

আচাৰ্য চাণক্যৰ মতে যদি ঘৰৰ মুৰব্বীৰ এই বিশেষ গুণ নাথাকে, তেন্তে সেই ঘৰখনত কেতিয়াও উন্নতি নহয়। আচাৰ্য চাণক্যই উল্লেখ কৰা এনে কিছু গুণৰ বিষয়ে জানো আহক:

টকা সঞ্চয় কৰা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে ধন সঞ্চয় কৰিব লাগে। ধন সঞ্চয় কৰাটো ঘৰখনৰ মুৰব্বীৰ দায়িত্ব, যাতে ভৱিষ্যতে তেওঁ আন কোনো ব্যক্তিৰ ওচৰলৈ সহায় বিচাৰি হাত আগবঢ়াব নালাগে।

পাৰিবাৰিক বিবাদৰ সময়ত সকলোৰে মত শুনা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে প্ৰমাণ অবিহনে কোনো কথাত বিশ্বাস কৰিব নালাগে। যদি ঘৰখনত কোনো বিবাদ চলি থাকে, তেতিয়া তেওঁ সকলোৰে মত শুনি তাৰ পিছতহে কথাটো নিশ্চিত কৰিহে বিষয়টো সমাধানৰ চেষ্টা কৰিব লাগে।

সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীয়ে যেতিয়াই কোনো সিদ্ধান্ত লয়, তেতিয়াই তেওঁ নিশ্চিত হ’ব লাগে যাতে তেওঁৰ সিদ্ধান্তই পৰিয়ালৰ কোনো সদস্যৰ ক্ষতি নকৰে।

সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে। মুৰব্বীগৰাকীয়ে এক অনুশাসনমূলক পৰিবেশ বজাই ৰাখিব লাগে। এনে কৰিলেহে ঘৰৰ সদস্যসকল আগবাঢ়িব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd