DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home জীৱনশৈলী

চাণক্য নীতি: ঘৰ এখনৰ মুৰব্বীৰ থাকিব লাগে এনে কিছু বিশেষ গুণ, হ’ব উন্নতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2023 7:23 am
Chanakya Principle
19.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সমাজ জীৱনত আচাৰ্য চাণক্যই এক বিশেষ স্থান দখল কৰি আহিছে। চাণক্যৰ ধ্যান-ধাৰণা তথা তেওঁৰ পৰামৰ্শ ভাৰতীয় সমাজত বৰ্তমানপৰ্যন্ত প্ৰাসংগিক হৈ। তেওঁৰ এই চিন্তা-চৰ্চাৰে পৰিচালিত হৈ কোনো ব্যক্তিয়ে নিজ জীৱনক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে।

আচাৰ্য চাণক্যৰ মতে, এখন ঘৰৰ উন্নতি ঘৰখনৰ মূৰব্বীগৰাকীৰ ওপৰত নিৰ্ভৰশীল। ঘৰৰ মুৰব্বী বুদ্ধিমান হ’লে প্ৰতিটো পৰিস্থিতিত পৰিয়ালটোক সুৰক্ষিত কৰি ৰাখিব পাৰে। সেইবাবেই ঘৰৰ মুৰব্বীগৰাকীৰ কিছুমান গুণ থাকিব লাগে বুলি চাণক্যই উল্লেখ কৰিছে।

আচাৰ্য চাণক্যৰ মতে যদি ঘৰৰ মুৰব্বীৰ এই বিশেষ গুণ নাথাকে, তেন্তে সেই ঘৰখনত কেতিয়াও উন্নতি নহয়। আচাৰ্য চাণক্যই উল্লেখ কৰা এনে কিছু গুণৰ বিষয়ে জানো আহক:

টকা সঞ্চয় কৰা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে ধন সঞ্চয় কৰিব লাগে। ধন সঞ্চয় কৰাটো ঘৰখনৰ মুৰব্বীৰ দায়িত্ব, যাতে ভৱিষ্যতে তেওঁ আন কোনো ব্যক্তিৰ ওচৰলৈ সহায় বিচাৰি হাত আগবঢ়াব নালাগে।

সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে। মুৰব্বীগৰাকীয়ে এক অনুশাসনমূলক পৰিবেশ বজাই ৰাখিব লাগে। এনে কৰিলেহে ঘৰৰ সদস্যসকল আগবাঢ়িব পাৰে।

পাৰিবাৰিক বিবাদৰ সময়ত সকলোৰে মত শুনা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে প্ৰমাণ অবিহনে কোনো কথাত বিশ্বাস কৰিব নালাগে। যদি ঘৰখনত কোনো বিবাদ চলি থাকে, তেতিয়া তেওঁ সকলোৰে মত শুনি তাৰ পিছতহে কথাটো নিশ্চিত কৰিহে বিষয়টো সমাধানৰ চেষ্টা কৰিব লাগে।

সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীয়ে যেতিয়াই কোনো সিদ্ধান্ত লয়, তেতিয়াই তেওঁ নিশ্চিত হ’ব লাগে যাতে তেওঁৰ সিদ্ধান্তই পৰিয়ালৰ কোনো সদস্যৰ ক্ষতি নকৰে।

Recent News

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd