• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰ বৰপাত্ৰ গোহাঁইক সাহিত্যসূৰ্য্য লুন্মেৰ দাই স্মাৰক সাহিত্য বঁটা প্রদান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2020 2:58 pm
APLS Photo
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চম দশকৰ পৰা সুদীৰ্ঘকাল অৰুণাচলৰ অৰঙে-দৰঙে অসমীয়া ভাষাৰ শিক্ষাৰ পোহৰ বিলোৱা অসমৰ বৰেণ্য ব্যক্তি চন্দ্ৰ বৰপাত্ৰগোহাঁইক আজি অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ দ্বাৰা সাহিতাসূৰ্য্য লুম্মেৰ দাই স্মাৰক সাহিত্য বঁটা প্রদান কৰা হয়।

আজি দুপৰীয়া অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ সভাপতি য়েছে দৰজে ঠংচি, কাৰ্যনিৰ্বাহক সদস্য নৱজিৎ দেউৰী সৈতে যোৱা এটি প্রতিনিধি দলে বৰপাত্ৰ গোহাঁইৰ গুৱাহাটীৰ বাসগৃহত এই বঁটা প্রদান কৰে।

Apply Now

অনুষ্ঠান আৰম্ভণৰ পূৰ্বে অৰুণাচল প্রদেশ লেটাৰেৰী ছ’চাইটিৰ সভাপতি য়েছে দৰজে ঠংচিয়ে কয়— “ভাষা-সাহিত্যৰ প্রতি কোনো অনুৰাগ নথকা অৰুণাচলৰ পাহাৰে-ভৈয়ামে বাসবাস কৰি থকা জনসাধাৰণক পঞ্চম দশকৰ সেই দুৰ্যোগপূৰ্ণ সময়ত শিক্ষাৰ পোহৰ বিলোৱা বন্তি হিচাপে চন্দ্ৰ বৰপাত্ৰ গোহাঁইক আজি অৰুণাচলবাসীয়ে শ্ৰদ্ধাৰে সন্মান জনাইছে।পূৰ্বৰ সেই সময়বোৰ আমাৰ অৰুণাচলক সূৰ্যৰ পোহৰেও আলোকিত কৰিব পৰা নাছিল। সেয়ে বৰপাত্ৰ গোহাঁইৰ দৰে ব্যক্তিসকলেই আমাক জ্ঞানৰ পোহৰ দেখুৱালে। আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ৷”

আজিৰ অনুষ্ঠানত অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ দ্বাৰা সাহিত্যসূৰ্য্য লুম্মেৰ দাই বঁটা গ্ৰহণ কৰি চন্দ্ৰ বৰপাত্ৰ গোহাঁইয়ে কয়—“১৯৫৩ চনৰ পৰা ১৯৮০ চনলৈকে মই অৰুণাচলত থাকি তাৰ পাহাৰত বসবাস কৰি থকা অৰুণাচলীসকলৰ লগত আনন্দৰে দিন পাৰ কৰিছিলোঁ৷ সুদীৰ্ঘদিন হ’ল মই অৰুণাচলৰ পৰা অহা। মই এতিয়া অৰুণাচলৰ পৰা বিচ্ছিন্ন হৈ পৰিছোঁ যদিও মোৰ আত্মাটো অৰুণাচলতেই আছে। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, চাল-চলনে মোক সদায়েই আকৰ্ষিত কৰি আহিছে। আজি অৰুণাচলবাসীৰ এই স্বীকৃতিয়ে মোক অধিক উৎসাহিত কৰি তুলিছে। বহুত ভাল

লাগিছে৷ সেই সময়ত শিক্ষাৰ পোহৰ নপৰা অৰুণাচলত আমি কেনেদৰে ভয়াৱহ পৰিস্থিতিত শিক্ষা প্রদান কৰিছিলোঁ সেইবোৰ কথা মনত পৰিলে আজিও আমাৰ গাৰ নোম শিয়ৰি উঠে।”

আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন সহকাৰী সম্পাদক তথা বৰ্তমানৰ প্রকাশন আহ্বায়ক দেৱজিৎ বৰা, ‘স্বৰ্ণলিপি’ আলোচনীৰ সম্পাদক হৃদয়ানন্দ গগৈ, আৰু চন্দ্ৰ বৰপাত্ৰ গোহাঁইৰ সহধৰ্মিনী নীলিমা বৰপাত্ৰ গোঁহাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ দ্বাৰা সাহিত্যসূৰ্য্য লুম্মেৰ দাই বঁটাৰ অংশ হিচাপে এখন প্রশস্তি-পত্ৰ, এটি স্মাৰক, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু দহ হাজাৰ টকাৰ এখন চেক প্রদান কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd