• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা সলনি হ’ব এইবোৰ নিয়ম; চাওক আপোনাৰ জীৱনত কেনেদৰে পৰিব প্ৰভাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2020 10:48 am
representative image

প্ৰতিনিধিত্বমূলক ফটো।

2.5k
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা অৰ্থাৎ ১ডিচেম্বৰৰ পৰা সাধাৰণ নাগৰিকৰ জীৱনৰ সৈতে জড়িত বহুকেইটা নিয়মৰ সলনি হৈছে। আজিৰে পৰা ৰন্ধন গেছৰ ছিলিণ্ডাৰ, ৰে’লৱে আৰু বেংকৰ লেনদেনৰ সৈতে জড়িত নিয়মৰ সলনি হৈছে।

১) ডিচেম্বৰ মাহৰ পৰাই বেংকৰ ধনৰ লেনদেনৰ সৈতে জড়িত নিয়ম সলনি হ’ব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ২৪ঘন্টাৰ বাবে আৰটিজিএছ(RTGS)ৰ সুবিধা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

এতিয়া এই সুবিধা মাহটোৰ দ্বিতীয়টো আৰু চতুৰ্থটো শনিবাৰক বাদ দি সপ্তাহটোৰ বাকী সকলো কৰ্মদিনত পুৱা ৭বজাৰ পৰা সন্ধিয়া ৬বজালৈকে উপলব্ধ হ’ব।

ডিচেম্বৰৰ পৰা গ্ৰাহকে ২৪ঘন্টাই আৰটিজিএছৰ জৰিয়তে ধন ট্ৰেন্সফাৰ কৰিব পাৰিব।

২) প্ৰতিমাহৰ প্ৰথম দিনটোত চৰকাৰে ৰন্ধন গেছৰ দাম সলনি কৰে। অৰ্থাৎ ১ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে ৰন্ধন গেছৰ দাম সলনি হৈছে। আজিৰে পৰা ১৯ কিলোগ্ৰাম বাণিজ্যিক ছিলিণ্ডাৰৰ প্ৰতিটোত ৫৬টকা বৃদ্ধি পাইছে।

৩) বীমাধাৰীসকলে ৫বছৰৰ পাছত প্ৰিমিয়ামৰ ধন ৫০শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰে। অৰ্থাৎ আধা কিস্তিৰে সৈতেও পলিচি চলাই থাকিব পাৰিব।

৪) ভাৰতীয় ৰে’লৱেই ১ ডিচেম্বৰৰ পৰা কেইবাখনো নতুন ৰে’ল চলাইছে। কৰ’না সংকটৰ পাছত ৰে’লৱেই একেৰাহে কেইবাখনো নতুন বিশেষ ৰে’ল চলাই আছে। এতিয়া ১ ডিচেম্বৰৰ পৰাও কেইবাখনো ৰে’ল চলাচল কৰিব।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd