• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ChatGPT ৰ প্ৰতিষ্ঠাপকেই হেৰুৱালে চাকৰি! সহ-প্ৰতিষ্ঠাপকৰো পদত্যাগ; দায়িত্ব পালে মীৰা মূৰ্তিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 3:05 pm
বিদায়ী চিএঅ' ছেম অল্টমেন আৰু নতুন চিএঅ' মীৰা মূৰ্তি।

বিদায়ী চিএঅ' ছেম অল্টমেন আৰু নতুন চিএঅ' মীৰা মূৰ্তি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ChatGPTৰ আগমনৰ পিছতে এইবাৰ সাধাৰণ মানুহে চাকৰি হেৰুৱাব বুলি তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ চাকৰি কাঢ়ি নিব। সেই জল্পনা-কল্পনাৰ মাজতে কোম্পানীটোৰ চিইঅ’ ছেম অল্টমেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। শুকুৰবাৰে অ’পেনএআইয়ে (OpenAI) চিইঅ’ ছেম অল্টমেনক অপসাৰণ কৰে। কোম্পানীটোৰ মতে, তেওঁৰ দক্ষতাৰ ওপৰত এতিয়া কোম্পানীটোৰ আস্থা নাই।

২০২২ চনত ChatGPT মুক্তি পোৱাৰ পিছত টেক জগতত বিখ্যাত হৈ পৰিছিল ছেম অল্টমেন (৩৮)। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ড্ৰপআউট গৰাকীয়ে ১৯ বছৰ বয়সতে লুপ্ট নামৰ এটা মোবাইল এপ্লিকেচন তৈয়াৰ কৰিছিল। ই আছিল এটা লোকেশ্যন ভিত্তিক ছ’চিয়েল নেটৱৰ্কিং চাইট। তাৰ পিছত ২০১৪ চনলৈকে তেওঁ ৰেডিটৰ চিইঅ’ আছিল। ২০২২ চনৰ নৱেম্বৰ মাহত আৰম্ভ হোৱাৰ পৰাই চাটজিপিটিৰ পৰিচিত মুখ আছিল ছেম অল্টমেন।

লগতে পঢ়কঃ ক্ৰিকেট জ্বৰত আক্ৰান্ত দেশ! ভাৰতে বিশ্বকাপ জিকিলে নগ্ন হৈ দৌৰিব দেশৰ সমুদ্ৰ তীৰত; মুকলি ঘোষণা অভিনেত্ৰীৰ

Apply Now

OpenAI সংস্থাৰ ব’ৰ্ডৰ মতে, কেইবালানিও পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। ব’ৰ্ডৰ সিদ্ধান্ত, অল্টমেনে কেতিয়াও নিজৰ বক্তব্যত দৃঢ়তাৰে থিয় দিয়া নাছিল। ই তেওঁৰ কাম আৰু দায়িত্বত প্ৰভাৱ পেলাইছিল।

ইফালে, অল্টমেনক কোম্পানীটোৰ পৰা বহিষ্কাৰ কৰাৰ কিছু সময়ৰ পিছতে ওপেনএআইৰ সহ-প্ৰতিষ্ঠাপক তথা সভাপতি গ্ৰেগ ব্ৰকমেনেও কোম্পানীটোৰ পৰা পদত্যাগ কৰে। এক্স হেণ্ডেলত তেওঁ লিখিছে, “৮ বছৰৰ আগতে মোৰ এপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি আমি একেলগে যি নিৰ্মাণ কৰিছো তাক লৈ মই অত্যন্ত গৌৰৱান্বিত। আমি একেলগে বহু কঠিন আৰু ভাল সময় পাৰ কৰিছো। এই সফলতা লাভ কৰাটো অসম্ভৱ আছিল, তথাপিও আমি ইমানখিনি লাভ কৰিছো। কিন্তু আজিৰ খবৰৰ পিছত মই পদত্যাগ ঘোষণা কৰিছো।”

লগতে পঢ়কঃআত্মশ্লাঘা! ফাইনেলত অষ্ট্ৰেলিয়া ৪৫০/২, ভাৰত ৬৫ৰানত অল আউট; ভৱিষ্যদ্বাণী মিচেল মাৰ্ছৰ

অল্টমেনক মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা বৰ্খাস্ত কৰাৰ পিছত সদ্যহতে কোম্পানীটোৰ আভ্যন্তৰীণ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে মীৰা মূৰ্তিক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd