• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL Fight 2021: ‘কেপ্টেইন কুল’ৰ চমক! দিল্লীক হৰুৱাই ফাইনেলত চেন্নাই ছুপাৰ কিংছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 8:33 am
Dhoni finished by style
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Finisher is Back কেপ্টেইন কুল হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনীয়ে পুনৰ এবাৰ প্ৰমান কৰিলে যে তেওঁৰ সেই পুৰণি ‘কৰিস্মা’ এতিয়াও শেষ হৈ যোৱা নাই।ঋতুৰাজ গাইকোৱাড আৰু ৰবীন উত্থাপাৰ দুৰ্দান্ত বেটিং আৰু শেষ মুহূৰ্তত ফিনিছাৰ ধোনীৰ সৌজন্যতে চেন্নাই ছুপাৰ কিংছে ৪ উইকেটত পৰাজিত কৰে দিল্লী কেপিটেলছক।

দিল্লীক হৰুৱাই চেন্নাইয়ে এইদৰে আইপিএল-২০২১ৰ ফাইনেলত প্ৰৱেশ কৰিলে। দুটা বল খেলিবলৈ বাকী থকাৰ সময়তে দিল্লীৰ ১৭৩ৰাণৰ লক্ষ্য অতিক্ৰম কৰে চেন্নাইয়ে।

টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।

দিল্লীৰ অপেনাৰ পৃথ্বী শ্ব’ই আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ভংগীৰে খেলে যদিও আনগৰাকী অপেনাৰ শিখৰ ধাৱানে ৭ৰাণ কৰি আৰু তিনি নম্বৰত বেটিং কৰিবলৈ নমা শ্ৰেয়াস আয়াৰে ১ৰাণ কৰিয়েই আউট হৈ যায়।

অক্ষৰ পেটেলে ১১টা বলত ১০ৰাণ কৰি আউট হয়। আনটো দিশত পৃথ্বী শ্ব’ই নিজস্ব ভংগীমাৰে বেটিং অব্যাহত ৰাখে। অৱশেষত ৭টা চাৰি আৰু ৩টা ছয়ৰে মাত্ৰ ৩৪টা বলত ৬০ৰাণ কৰি পেভলিয়নলৈ ওভতে শ্ব’।

Also Read: Drunk & Hit Case: গ্ৰেপ্তাৰ হ’ল, জামিনো পালে ডাঃ নৱনীল বৰুৱাই; কেনেদৰে আগবাঢ়িব তদন্ত?

ইয়াৰ পাছত হেটমেয়াৰ আৰু ঋষব পন্টে বেটিঙত ধুমুহাৰ সৃষ্টি কৰে। দুয়োজনে ৮৩ৰাণৰ যুটী গঢ়ে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই দিল্লীয়ে নিৰ্দিষ্ট ২০ অভাৰত ১৭২ৰাণ কৰে।

হেটমেয়াৰে ২৪টা বলত ৩৭ৰাণ কৰি আউট হয় যদিও পন্টে ৩৫টা বলত ৩টা ছয় আৰু ২টা চাৰিৰ সহায়ত ৫৫ৰাণৰ দুৰ্দান্ত ইনিংছ খেলি অপৰাজিত হৈ থাকে।  

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি আৰম্ভণিতেই ডুপ্লেছিছৰ উইকেট হেৰুৱাই চেন্নাইয়ে। তাৰপাছতে ঋতুৰাজ গাইকোৱাড আৰু ৰবীন উত্থাপাই দুৰ্দান্ত বেটিং কৰি দিল্লীৰ বলিং তচনচ কৰি দিয়ে।

উত্থাপাই মাত্ৰ ৪৪টা বলত ৬৩ৰাণ কৰি আউট হয়। উত্থাপাৰ আউটৰ পাছত চেন্নাই কিছু চাপত পৰে। তাৰপাছতে ৫০টা বলত ৭০ৰাণ কৰি পেভলিয়নলৈ ওভতে ঋতুৰাজো।  

Also Read:অৰ্থৰ জোৱাৰ! টি-২০ বিশ্বকাপৰ পুৰষ্কাৰৰ ধনৰাশি ঘোষণা কৰিলে ICCএ 

কিন্তু পুনৰ এবাৰ সংকট মোচকৰ ৰূপত আৱিৰ্ভাৱ ঘটে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী। অন্তিম অভাৰত চেন্নাইক প্ৰয়োজন হৈছিল ১৩ৰাণৰ। আনকি প্ৰথমটো বলত মঈন আলীক আউট কৰি টম কুৰানে হেট্ৰিকৰ পথত আগবাঢ়িছিল।

ইয়াৰ পাছতে দৰ্শকে দেখিবলৈ পায় ধোনী মেজিক। বাকী তিনিটা বলত জয়ৰ বাবে প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰে। ধোনীয়ে চিৰপৰিচিত ভংগীমাৰে বাউণ্ডেৰী মাৰি দলক বিজয় আনি দিয়ে। মাত্ৰ ৬টা বলত ১২ ৰাণ কৰি অপৰাজিত থাকে ধোনী।

এইদৰে চেন্নাইয়ে নৱমবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, দিল্লীয়ে ফাইনেল খেলাৰ সুযোগ এতিয়াও শেষ হৈ যোৱা নাই। আৰচিবি আৰু কেকেআৰৰ মাজৰ বিজয়ী দলটোৰ সৈতে কোৱালিফায়াৰ –টু’ত খেলিব  দিল্লীয়ে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd