• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Drunk & Hit Case: গ্ৰেপ্তাৰ হ’ল, জামিনো পালে ডাঃ নৱনীল বৰুৱাই; কেনেদৰে আগবাঢ়িব তদন্ত?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 11, 2021 6:55 am
ebb3-640x375-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Drunk & Hit Case: তিনিদিনৰ জেৰাৰ অন্তত দেওবাৰে জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে।

ৰাজকন্যা বৰুৱা কাণ্ডত নাম সাঙোৰ খাই পৰা ডাঃ বৰুৱাই গ্ৰেপ্তাৰৰ পাছতে জামিনো লাভ কৰে।  

জামিন লাভ কৰিব পৰা ২০১/২১২/১২০(b) ধাৰা আৰোপ কৰা হৈছিল ডা: নৱনীল বৰুৱাৰ বিৰুদ্ধে। এই ধাৰা কেইটাত গ্ৰেপ্তাৰ হৈছিল ডাঃ নৱনীল বৰুৱা।

Apply Now

ডাঃ বৰুৱাৰ বিৰুদ্ধে প্ৰমাণ সাক্ষ্য লুকুৱাৰ অভিযোগ (২০১ ধাৰা), অপৰাধীক আশ্ৰয় বা সুৰক্ষা দিয়া (২১২ধাৰা), নিজে জড়িত হৈ অপৰাধ সৃষ্টি কৰাৰ বাবে ষড়যন্ত্রত (১২০b) ধাৰা লগোৱা হৈছিল। ধাৰা কেইটা শক্তিশালী যদিও জামিন লাভ কৰিব পৰা ধাৰা আছিল।

এতিয়া আৰক্ষীয়ে বিচাৰিলে তদন্তৰ ক্ষেত্ৰত তেওঁ সহযোগিতাত আগবঢ়াব লাগিব।

আনহাতে, অসম এৰি বাহিৰলৈ যাব লগা হ’লে তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰি যাব লাগিব।

উল্লেখ্য যে ডাঃ বৰুৱাৰ তত্বাৱধানত জি এন আৰ চি হস্পিতালত চেমি ICU ত ভৰ্তি হৈছিল ৰাজকন্যা বৰুৱা।

Also Read: GNRC Doctor Arrested অৱশেষত ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা

অভিযোগ মতে কোনো বেমাৰ নথকাকৈ বেমাৰীৰ ভাও জুৰি আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা।

ৰাজকন্যাক সহায় কৰাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ হৈছিল ডাঃ নৱনীল বৰুৱা।

১ অক্টোবৰৰ নিশা ভিভান্টাৰ পৰা বাৰ্থ ডে পাৰ্টি কৰি ওলাই অহা মডেল ৰাজকন্যা বৰুৱাই ৰূক্মিনী গাঁৱত ৯ জন শ্ৰমিকক গাড়ীৰে মহতিয়াই নিছিল।

ইয়াৰে এজনৰ দুয়োখন ভৰিয়ে কাটি পেলাবলগীয়া হৈছে।

Also Read: Rajkanya Baruah ‘ড্ৰাংক এণ্ড হিট’ কাণ্ড; তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী

এই ঘটনা সংঘটিত কৰি আটক হোৱা ৰাজকন্যা বৰুৱাই কোনো বিশেষ শক্তিৰ প্ৰভাৱত কেইঘন্টামানৰ পাছতেই জামিন পাইছিল।

তাৰমাজতে বেমাৰীৰ ভাও জুৰি জি এন আৰ চি হস্পিতালত চেমি আই চি য়ুত ভৰ্তি হৈছিল ৰাজকন্যা।

বহুচর্চিত এই ঘটনাৰ সৈতে এতিয়া বহু ডাঙৰ মানুহৰ নাম জড়িত হৈ পৰাৰ কথা পোহৰলৈ আহিছে। সেয়ে, এতিয়া এই তদন্ত কেনেদৰে আগবাঢ়িব তাক লৈ সন্দেহ সৃষ্টি হৈছে। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd